৪ ৰাজ্যৰ ৬ ৰাজ্যসভাৰ আসনৰ বাবে ২০ ডিচেম্বৰত উপ-নিৰ্বাচন

নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে যে চাৰিখন ৰাজ্যৰ পৰা ছয়খন খালী ৰাজ্যসভাৰ আসন পূৰণৰ বাবে উপ-নিৰ্বাচন ২০ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সদস্য...

ডমিনিকাৰ সৰ্বোচ্চ সন্মানৰে সন্মানিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেৰিবিয়ান দেশ ডমিনিকাৰ চৰকাৰে ঘোষণা কৰিছে যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই মাহত দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা 'ডমিনিকা এৱাৰ্ড অফ অনাৰ'ৰে সন্মানিত কৰিব। ক'ভিড-১৯...

ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক  বিতাড়িত কৰা হ’ব: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে যদি ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ এখন সমিতি গঠন কৰা হ'ব।...

নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা আছে কংগ্ৰেছত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণ কৰি কয় যে দলটোত "নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা" আছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য এনে সময়ত কৰে যেতিয়া...

জাতিগত হিংসাৰ মাজতে দিল্লীত কুকি- মেইটেই সম্প্ৰদায়ৰ প্ৰথম বৈঠক

যোৱা এবছৰ ধৰি মণিপুৰত চলি থকা জাতিগত হিংসাৰ মাজত মঙলবাৰে দিল্লীত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত প্ৰথম বাৰ্তালাপ অনুষ্ঠিত হয়। দুয়োটা সম্প্ৰদায়ৰ নেতা আৰু...

জম্মু আৰু কাশ্মীৰৰ কাঠুৱাত নিৰ্বাচনী সভাতে ঢলি পৰিল মল্লিকাৰ্জুন খাৰ্গে

0
জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থাকোতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঞ্চতে মূৰ্চ্ছা যায়। খাৰ্গে  কাঠুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলক শ্ৰদ্ধাঞ্জলি...

কুকি-জো সম্প্ৰদায়ৰ বিষয়ে মণিপুৰ চৰকাৰে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ

0
মণিপুৰ ট্ৰাইবেলছ ফ'ৰাম দিল্লীয়ে বুধবাৰে মণিপুৰ চৰকাৰৰ বিৰুদ্ধে কুকি-জো সম্প্ৰদায়ৰ বিষয়ে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কেন্দ্ৰক হস্তক্ষেপ কৰিবলৈ আৰু তেওঁলোকৰ...

অৰবিন্দ কেজৰিৱালৰ পদত্যাগ, দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আতিশী

0
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাক সাক্ষাৎ কৰে আৰু পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী মনোনীত আতিশীয়ে নতুন...

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক জামিন উচ্চতম ন্যায়ালয়ৰ

0
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে। সুৰা নীতি সম্পৰ্কীয় গোচৰটোত চিবিআইৰ এজাহাৰত এই জামিন দিয়া হৈছে।কেজৰিৱালক ১০ লাখ টকাৰ বণ্ডত...

৭০বছৰ ঊৰ্ধৰ সকলো বৃদ্ধই লাভ কৰিব আয়ুষ্মান ভাৰতৰ সুবিধা

0
মোদী চৰকাৰে ৭০ বছৰৰ ওপৰৰ সকলো বৃদ্ধক 'আয়ুষ্মান ভাৰত' আঁচনিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়-৭০ বছৰৰ অধিক...

Latest article

সোণ কিনাৰ সুবৰ্ণ সুযোগ

একেৰাহে তৃতীয় দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। আজি অৰ্থাৎ ২০২৪ চনৰ ৩ ডিচেম্বৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০০ টকা কমিছে।৩ ডিচেম্বৰ মঙলবাৰে ২২...

ঝুমুৰ নৃত্য আয়োজনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে

২৪ ফেব্রুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ৰ অংশ স্বৰূপে ঝুমুৰ নৃত্য আয়োজন হ'ব। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ বাবে...

পুনৰ আন এজন বিধায়ক নিলম্বন

ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী। ইয়াৰ মাজতে এ আই ইউ ডি এফৰ পৰা নিলম্বন হৈছে এজনৰ পাছত আনজন বিধায়ক। শেহতীয়াকৈ...