হানী আৰু জিয়ানৰ স্বৰ্ণ পদক
সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত...
অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত...
দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা
অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই শুকুৰবাৰে ইয়াত অনুষ্ঠিত দোহা ডায়মণ্ড লীগ মীটৰ জেভলিন থ্ৰো ইভেণ্টত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে দ্বিতীয় স্থান লাভ কৰে।...
অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ
ভাৰতে অহা বছৰ গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিব। ক্ৰীড়াৰ গোলকীয় পৰিচালনা সংস্থা বিডব্লিউএফে এই কথা ঘোষণা কৰে। ২০০৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ...
শ্বিলঙত ডি এছ চি প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা
১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ড্ৰিম স্পৰ্টছ চেম্পিয়নশ্বিপ ৰ শ্বিলং লেগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ...
আইডব্লিউএফ বিশ্বকাপত অংশ ল’ব মীৰাবাঈ চানুৱে
টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানুৱে ছয় মাহৰ আঘাতৰ বিৰতিৰ পিছত আইডব্লিউএফ বিশ্বকাপত প্ৰত্যাৱৰ্তন কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব বিচাৰিব।...
খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ ৰাউণ্ড ২,
আজিৰেপৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত খেলো-ইণ্ডিয়া অস্মিতা মহিলা জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচীৰে আজি ২৯ মাৰ্চত দিনৰ ১০ বজাৰ পৰা...
১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপ
১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ'বলগীয়া মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপৰ গ্ৰুপ এ-ত ডিফেণ্ডিং চেম্পিয়ন ভাৰতক চিৰপ্ৰতিদ্বন্দী পাকিস্তান, ইউএই আৰু নেপালৰ সৈতে একত্ৰিত...
টি-২০ ক্ৰিকেটত ১২,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম সংস্কৰণত, ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছে জয়সূচক আৰম্ভণি কৰে। শুকুৰবাৰে চেপকত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত চিএছকেয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক...
পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহক হ’ব শৰৎ কমল
অভিজ্ঞ টেবুল টেনিছ খেলুৱৈ আৰু কমনৱেলথ গেমছ চেম্পিয়ন শৰৎ কমল এই বছৰৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহক হ'ব। আনহাতে বক্সিং কিংবদন্তী এম চি মেৰী কমক...