৩০ মাৰ্চত দিল্লী কেপিটেলছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ বিৰুদ্ধে এক অত্যাশ্চৰ্য জয় আৰু ভাৰতৰ উইকেটকিপাৰ বেটছমেন কে এল ৰাহুলৰ প্ৰত্যাৱৰ্তনৰ সৈতে দিল্লী কেপিটেলছে দেওবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলখনত ছানৰাইজাৰ্ছ...

১৭ বছৰৰ পিছত চেন্নাইত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়

সোতৰ বছৰ! হয়, ঠিক ১৭ বছৰৰ পিছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰিছে। বেংগালুৰুৰে ২০০৮ চনত চেন্নাইত বিজয়ী হৈছিল,...

ভাৰতত ২০৩৬ৰ অলিম্পিক আয়োজন হলে ব্যয় হ’ব ৬৪,০০০ কোটি টকা

ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকে আনুষ্ঠানিকভাৱে আবেদন কৰিবলৈ আগবাঢ়িছে। যদি আয়োজনৰ দায়িত্ব দিয়া হয়, ই আটাইতকৈ ব্যয়বহুল অলিম্পিক হ'ব পাৰে।...

২৬ মাৰ্চত গুৱাহাটীত কেকেআৰৰে মুখামুখি ৰাজস্থান ৰয়েলছৰ

প্ৰথমখন মেচত পৰাজিত হোৱা ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) আৰু ৰাজস্থান ৰয়েলছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) এখন খেলত কাইলৈ গুৱাহাটীত মুখামুখি...

নৱেম্বৰত টেষ্টৰ বাবে গুৱাহাটীলৈ আহিব দক্ষিণ আফ্ৰিকা

ভাৰতে চলিত বৰ্ষৰ অক্টোবৰত দুখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ১২ বছৰৰ বিৰতিৰ পিছত ৱেষ্ট ইণ্ডিজৰ সৈতে মুখামুখি হ'ব, আনহাতে দক্ষিণ আফ্ৰিকাৰ দলটো নৱেম্বৰত আটাইকেইটা...

২৩ মাৰ্চত ৰাজস্থান ৰয়েলছৰে তীব্ৰ যুঁজ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

কাইলৈ আইপিএলৰ দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি ৩.৩০ বজাৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হোৱাৰ বিপৰীতে সন্ধিয়া ৭.৩০ বজাৰ খেলখনত চেন্নাই আৰু...

গুৱাহাটীলৈ স্থানান্তৰ ৬ এপ্ৰিলৰ কেকেআৰ-এলএছজিৰ খেল

বেংগল ক্ৰিকেট এছ'চিয়েশ্যনৰ (চিএবি) সভাপতি স্নেহাসিশ গাংগুলীয়ে কয় যে কলকাতা নাইট ৰাইডাৰ্ছে (কেকেআৰ) ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ (এলএছজি) বিৰুদ্ধে তেওঁলোকৰ ঘৰুৱা...

২২ মাৰ্চৰ পৰা আইপিএল ২০২৫

কাইলৈ পৰা আৰম্ভ হ'ব আইপিএল। ২২ মার্চত এইবাৰৰ চিজনৰ প্ৰথম মেচ খেলা হ'ব। এই মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত ইডেন...

ৰাজস্থান ৰয়েলছৰ অধিনায়কৰূপে ৰিয়ান পৰাগক নিযুক্তি

ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ অধিনায়ক সঞ্জু চেমছন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ৰ প্ৰথম তিনিটি মেচ খেলিব নোৱাৰিব। ৰাজস্থানে তেওঁলোকৰ আইপিএল অভিযানৰ আৰম্ভণি ২৩ মাৰ্চত...

ভাৰতীয় দলৰ টেষ্ট অধিনায়ক হৈ থাকিব ৰোহিত শৰ্মা

চেম্পিয়নছ ট্ৰফীৰ বিজয়ৰ পিছত ৰোহিত শৰ্মাৰ ওপৰত আস্থা বৃদ্ধি পাইছে, সেয়েহে তেওঁ টেষ্ট অধিনায়ক হৈ থাকি দলটোক ইংলেণ্ড ভ্ৰমণত নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে। যদিও...

Latest article

জক’ভিচক পৰাস্ত কৰি মিয়ামি অ’পেনৰ চেম্পিয়ন জাকুব মেনচিক

চেক গণৰাজ্যৰ তাৰকা জাকুব মেনচিকে ছাৰ্বিয়ান টেনিছৰ তাৰকা ন'ভাক জক'ভিচক পৰাস্ত কৰি মিয়ামি অ'পেন খিতাপ জয় কৰে। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত পুৰুষৰ একক ফাইনেলত...

ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমণা বিচিচিআইৰ

ৰিয়ান পৰাগে চলিত আই পি এলত মুঠ তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিছে আৰু এখনত জয়লাভ কৰিছে। প্ৰাৰম্ভিক দুখন মেচত পৰাজিত হোৱাৰ পিছত ৰয়েলছে...

অসমত মীন পালন আৰু জীৱিকা বৃদ্ধিৰ বাবে ২০৯ কোটি টকাৰ ঋণ প্ৰদান জাইকাৰ

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন...