ভাৰত চৰকাৰে মহাকাশ খণ্ডত ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে ব্যয় কৰিব ১,০০০ কোটি টকা
ভাৰত চৰকাৰে মহাকাশ খণ্ডত ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে ১,০০০ কোটি টকা ব্যয় কৰিব। ইয়াক পাঁচটা বিত্তীয় বৰ্ষত ব্যয় কৰিব। ২০২৫-২৬ বৰ্ষত ১৫০ কোটি, ২০২৬-২৭, ২০২৭-২৮...
১১ নৱেম্বৰত দেশৰ ৫১তম মুখ্য ন্যায়াধীশৰূপে শপত ল’ব সঞ্জীৱ খান্নাই
ন্যায়াধীশ সঞ্জীৱ খান্না ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব। তেওঁ ১১ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হ'ব। আইন মন্ত্ৰী অৰ্জুন...
বিবিচিৰ তথ্যচিত্ৰ ছিৰিজক লৈ উচ্চতম ন্যায়ালয়ত শুনানী
উচ্চতম ন্যায়ালয়ে সোমবাৰে বিবিচিৰ তথ্যচিত্ৰ ছিৰিজ 'ইণ্ডিয়া: দ্য মোদী কইছন' (India: The Modi Question)ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞাৰ গোচৰৰ শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ...
দক্ষিণ ভাৰতৰ জনসাধাৰণক অধিক সন্তান জন্ম দিবলৈ আহ্বান অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডু আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ চৰ্চাৰ কাৰণ হৈছে এক বিবৃতি, য'ত তেওঁ বৃদ্ধৰ বৰ্ধিত জনসংখ্যাৰ বিষয়ে...
গাজাৰ জাবালিয়াৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ৩৩ জন নিহত
গাজাৰ জাবালিয়াৰ উত্তৰ অংশত এটা শৰণাৰ্থী শিবিৰত শেহতীয়াকৈ ইজৰাইলী আক্ৰমণত কমেও ৩৩ জন লোক নিহত হৈছে।গাজাৰ হামাছে এই আক্ৰমণৰ বিষয়ে প্ৰকাশ কৰিছে। তথ্য অনুসৰি,...
ইডিৰ গুৱাহাটী কাৰ্যালয়ত অভিনেত্ৰী তামান্না ভাটিয়াক সোধা-পোছা
বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে...
নাগৰিকত্ব আইনৰ ধাৰা ৬ (ক) কি?
উচ্চতম ন্যায়ালয়ে ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰৰ পিছত নাগৰিকত্ব আইন ১৯৫৫ ত অন্তৰ্ভুক্ত কৰা ধাৰা ৬(ক) বাহাল ৰাখিছে। ১৯৮৫ চনৰ অসম চুক্তিৰ অধীনত (যিটো...
অসম চুক্তি অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ এক ৰাজনৈতিক সমাধান: উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতা বজাই ৰাখিছে। মুখ্য ন্যায়াধীশ ডি.ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া...
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব সঞ্জীৱ খান্না
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ'ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না। মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ সঞ্জীৱ খান্নাক তেওঁৰ উত্তৰাধিকাৰীৰূপে নিযুক্ত...
অসমৰ পাঁচ সমষ্টিত ১৩ নৱেম্বৰত উপ-নিৰ্বাচন
জল্পনা- কল্পনাৰ পৰিল অন্ত। লোকসভা নিৰ্বাচনৰ পিছত খালি হৈ ৰোৱা অসমৰ পাঁচটা বিধানসভা সমষ্টিত কেতিয়ালৈ উপ-নিৰ্বাচন আৰম্ভ হ'ব তাক লৈ চলি আছিল জল্পনা- কল্পনা।...