আৰণ্যকৰ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি শুলমেন বঁটা
অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা আগবঢ়োৱা হৈছে।
অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ...
অস্কাৰ ২০২৫-ৰ চুটি ছবিৰ বাবে নিৰ্বাচিত চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো”
ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এফটিআইআই) শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা এখন চুটি ছবি " চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো", অস্কাৰ ২০২৫-ৰ বাবে...
ইউপি ব’ৰ্ড অফ মাদ্ৰাছা শিক্ষা আইন ২০০৪ ক সাংবিধানিক আখ্যা উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে ইউপি ব'ৰ্ড অফ মাদ্ৰাছা শিক্ষা আইন ২০০৪ ক সাংবিধানিক হিচাপে ৰায় দিছে। উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক ভুল বুলি অভিহিত কৰিছে,...
২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন
১৮ তম লোকসভাৰ প্ৰথম শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব অধিৱেশনখন ২০ ডিচেম্বৰলৈকে চলিব। ইয়াত এক দেশ-এক নিৰ্বাচন আৰু ৱাকফ বিধেয়ককে ধৰি কেইবাখনো বিধেয়ক...
দেশৰ ৯৭.৫ শতাংশ বিদ্যালয়ত ছাত্ৰীৰ বাবে আছে পৃথক শৌচালয়
চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগতকে ধৰি দেশৰ ৯৭.৫ শতাংশতকৈও অধিক বিদ্যালয়ত ছাত্ৰীৰ বাবে পৃথক শৌচালয় আছে বুলি কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে। কংগ্ৰেছ নেতা আৰু সমাজকৰ্মী...
১১ তমবাৰৰ বাবে সেনাৰ সৈতে দীপাৱলী উদযাপন নৰেন্দ্ৰ মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে ১১ তমবাৰৰ বাবে সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। দীপাৱলী উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী গুজৰাটৰ কচ্ছত উপস্থিত হয়।
ইয়াত তেওঁ বিএছএফ, সেনা, নৌ...
দীপাৱলী উপলক্ষে ভাৰত আৰু চীনৰ সেনাৰ মাজত মিঠাইৰ আদান-প্ৰদান
ভাৰত আৰু চীনৰ সৈন্যবাহিনীয়ে বৃহস্পতিবাৰে দীপাৱলী উপলক্ষে ইজনে আনজনক মিঠাই বিতৰণ কৰে। হট স্প্ৰিংছ, কাৰাকোৰাম পাছ, দৌলত বেগ ওল্ডি, কংকলা আৰু পূব লাডাখৰ চুছুল-মোলডোৰ...
ইউএনআৰডব্লিউএৰ কাম-কাজ নিষিদ্ধ কৰিলে ইজৰাইলে
ইজৰাইলৰ সংসদে ৰাষ্ট্ৰসংঘৰ অধীনত কাম কৰা ইউএনআৰডব্লিউএৰ কাম-কাজত নিষিদ্ধ কৰিছে। যাৰ ফলত ইউএনআৰডব্লিউএ তিনি মাহৰ ভিতৰত ইজৰাইল আৰু ইজৰাইল অধিকৃত পূব জেৰুজালেমত কাম কৰা...
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰত “আমেৰিকা ফাৰ্ষ্ট”ৰ শ্লোগান ডনাল্ড ট্ৰাম্পৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ এতিয়া প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। এই প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত, ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিউয়ৰ্কত...
২০২৫ৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল
২০২৫ চনৰ পৰা দেশত আৰম্ভ হ'ব লোকপিয়ল। চৰকাৰী সূত্ৰই এই কথা জনাইছে। যি অহা বছৰৰ পৰা আৰম্ভ হ'ব আৰু ২০২৬ চনলৈকে চলিব। প্ৰকৃততে, লোকপিয়ল...