আজিৰ দিনটোত ৰাজ্যত কিমান হ’লগৈ পেট্ৰ’ল-ডিজেলৰ দাম?
আকৌ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য, আজিৰ দিনটোত ৰাজ্যত কিমান হ’লগৈ পেট্ৰ’ল-ডিজেলৰ দাম?সৰ্বসাধাৰণৰ মূৰত শোধাইছে ৰামটাঙোন। বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। শনিবাৰৰ দিনটোতে ৰাজ্যত পেট্ৰ’লত বৃদ্ধি পালে...
সুখবৰ! ব্রিটেনত মানৱদেহত নতুন কোৰোণা ভেকচিনৰ ট্ৰায়েল আৰম্ভ!
লণ্ডনঃ কোৰোণাৰ ভয়াৱহ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে আহিছে কিছু আশাৰ বতৰা। মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰিবলৈ একমাত্ৰ উপায় হৈছে ভেকচিন আৰু এই ভেকচিন...
আয়ুস মন্ত্ৰালয়ে বাতিল কৰিলে পতঞ্জলিৰ কৰ’ণাৰ ঔষধৰ বিজ্ঞাপন প্ৰচাৰত
ষ্টাফৰিপৰ্টাৰ, পতঞ্জলিৰ কভিড-১৯ নিৰাময় দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ জাৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিয়নো এই বিষয়ে অৱগত নাছিল কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়। সেয়েহেপতঞ্জলিৰ ঔষধত...
এই ভুল কৰিলে খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট, সতৰ্ক কৰি দিলে SBI-য়ে
আকৌ এবাৰ চাইবাৰ ক্ৰাইমৰ সন্দৰ্ভত নিজৰ গ্ৰাহকক সতৰ্ক কৰি দিলে ভাৰতীয় ষ্টেট বেংকে। আনকি বেংকৰ ফালৰ পৰা বহুকেইটা চাইবাৰ ক্ৰাইমৰ ঘটনাৰ বিষয়ে জনোৱা হৈছে।...
সূৰ্যগ্ৰহণ
অন্ধবিশ্বাসৰ_বিৰুদ্ধে
"
Indian Institute of Astrophysics, জ্যেষ্ঠ গৱেষক ছাত্ৰবাংগালোৰ,পাৰ্থ প্ৰতীম গোস্বামীৰ অভিমত
সূৰ্য-চন্দ্ৰ-পৃথিৱী নিজ নিজ কক্ষপথত অবিৰত ভাৱে গতিশীল। এনে গতিৰ ফলত যেতিয়া চন্দ্ৰটোৱে পৃথিৱী আৰু সূৰ্যৰ...
পেট্ৰলৰ মূল্য ৮৩.৫৪ টকালৈ বৃদ্ধি
বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত পেট্ৰলৰ মূল্য ৮৩.৫৪ টকা হৈছে। সৰ্বকালৰ অভিলেখ ভংগ হৈছে।ৰাজ্য চৰকাৰে পেট্ৰ'লৰ ওপৰত আৰোপ কৰা 'কৰ' প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ...
লডাখ সীমান্তত এতিয়া যুদ্ধৰ পূৰ্ণ প্ৰস্তুতি
লডাখ সীমান্তত এতিয়া যুদ্ধৰ পূৰ্ণ প্ৰস্তুতি চলিছে। সাজু হৈ উঠিছে দুয়োখন দেশৰে সেনাবাহিনী।যুদ্ধৰ আখৰা অব্যাহত থকাৰ সময়তেই এইবাৰ অসমতো সেনাই গ্ৰহণ কৰিছে ব্যাপক তত্পৰতা।...
২১ জুনত সূৰ্যগ্ৰহণ
ষ্টাফৰিপৰ্টাৰ, ২০ জুন : ২১ জুনত সূৰ্যগ্ৰহণ হ'ব বছৰৰ প্ৰথমটো সূৰ্য্গ্ৰহণ। অসম বিজ্ঞান সমিতি আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্ভুক্ত বিজ্ঞান প্ৰচাৰে...
অসমলৈ প্ৰেৰণ যুঁজাৰু বিমান
লাডাখ সীমান্তত যুদ্ধৰ দামামা, অসমতো তত্পৰতাঅসমলৈ প্ৰেৰণ কেইবাখনো চিনুক হেলিকপ্টাৰ, যুঁজাৰু বিমানডিব্ৰুগড়ৰ মোহনবাৰী, তেজপুৰৰ শালনীবাৰী বিমানবন্দৰত বৃদ্ধি তত্পৰতাসাজু কৰা হৈছে অত্যাধুনিক হেলিকপ্টাৰ, যুঁজাৰু বিমান
বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকত বাঘজানৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।বৈঠকত অংশ...