পশ্চিম বংগত ৭,১০,৯৩০ টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ ৰচিলে অভিষেক বেনাৰ্জীয়ে

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে পশ্চিম বংগত সৰ্বাধিক বিজয়ৰ ব্যৱধানৰ অভিলেখ ভংগ কৰিছে। কিয়নো তেওঁ বৰ্তমান ডায়মণ্ড হাৰ্বাৰ সমষ্টিত ৭,১০,৯৩০ টা ভোটৰ...

বৰপেটাত দ্বিতীয় বাৰ অগপ দলৰ সাংসদ

২০২৪ চনৰ দেশৰ অষ্টদশ সাধাৰণ নিৰ্বাচনত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে বিপুল...

প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে উত্তৰ পূবৰ জনতাই বিজেপিক নিৰ্বাচন কৰিছে: কিৰেন ৰিজিজু

0
অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৪ৰ ফলাফল দেওবাৰে ঘোষণা হয়। ইয়াত, ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) আকৌ এবাৰ নিজৰ ক্ষমতা বজাই ৰাখিছে। বিজেপিয়ে ৰাজ্যখনৰ ৬০ খন...

২ জুনতে আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এক মোক্ষম আঘাতৰ সন্মুখীন হয়। তেওঁ ২ জুনতে কাৰাগাৰলৈ উভতিব লাগিব, কিয়নো তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা...

পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.২০ শতাংশ ভোটদান

২০ মে'ত অনুষ্ঠিত হোৱা পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৬২.২০ শতাংশ ভোটদান পঞ্জীভুক্ত হয়। নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সংশোধিত পৰিসংখ্যা প্ৰকাশ কৰে। আয়োগৰ মতে,...

দেশজুৰি কা অধীনত নাগৰিকত্ব লাভ প্ৰক্ৰিয়া দ্ৰুতগতিত আৰম্ভ

0
নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত দেশৰ হিন্দু শৰণাৰ্থী পৰিয়ালে নাগৰিকত্ব লাভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শেহতীয়াকৈ কিছু লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। সমগ্ৰ দেশতে...

কা ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলনৰ ভাবুকি চিপিআই-এমৰ

বিৰোধী দল চিপিআই-এমে বুধবাৰে ত্ৰিপুৰা চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (কা) ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছিল। গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) অধিসূচনা...

২০১০ৰ পিছত পশ্চিম বংগত জাৰী কৰা অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে

কলিকতা উচ্চ ন্যায়ালয়ে বুধবাৰে ২০১০ চনৰ পিছত পশ্চিম বংগত জাৰী কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) প্ৰমাণপত্ৰ বাতিল কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়...

২৩খন ৰাজ্য-কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৩৭৯ টা সমষ্টিত সম্পন্ন ভোটদান

0
নিৰ্বাচন আয়োগে কয় যে লোকসভা নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায়ত সামগ্ৰিক ভোটদানৰ হাৰ আছিল ৬৬.৯৫ শতাংশ। তেওঁলোকে এইটোও কয় যে প্ৰায় ৯৭ কোটি পঞ্জীভুক্ত ভোটাৰৰ...

তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ...

Latest article

টাটা এআইজি-এ ৰিটেইল(খুচুৰা) স্বাস্থ্যখণ্ডৰ সুবিধা অধিক সুলভ, চিকিৎসালয়ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ মুকলি কৰিছে ‘মেডিকেয়াৰ...

টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ'ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা...

অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ

আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...

বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’

ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...