ৰাজ্যসভাৰ উপ-নিৰ্বাচনত ১১ জন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত এঘাৰজন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। আনহাতে এখন আসনত ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। মঙলবাৰে প্ৰাক্তন মন্ত্ৰী উপেন্দ্ৰ কুশৱাহা, জ্যেষ্ঠ কংগ্ৰেছ নেতা...

লাডাখত পাঁচখন নতুন জিলা গঠনৰ ঘোষণা অমিত শ্বাহৰ

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখত পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট...

বগুৰিগুৰিত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

সৰভোগ সমষ্টিৰ বগৰিগুৰী পঞ্চায়তত কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে  বৰপেটা  জিলা কংগ্ৰেছৰ সভাপতি ৰাজিব হকৰ  বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে কোনো নেতাৰ...

‘কা’ৰ অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অলপতে নতুনকৈ কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে, যি গুজৰাটত...

মুখ্যমন্ত্ৰী শৰ্মাই  ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল  ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই  ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যখনৰ প্রাক্তন...

মেঘালয়ৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ক গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে চুবুৰীয়া মেঘালয়ৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ চৌহদত পাহাৰ ভাঙি নতুন আন্তঃগাঁথনি নিৰ্মাণৰ বাবে "বান জিহাদ"ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে...

পাঠশালাত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। বিশ্ববিদ্যালয় খনৰ প্ৰায় ৮০৫ গৰাকী-ছাত্ৰী এই আঁচনিৰ জৰিয়তে...

মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, সৰ্বগুণাকৰ, শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত২৭...

মুখ্যমন্ত্ৰী কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমি পাৰ্টীৰ

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত  চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আপৰ উপৰি ইণ্ডিয়া জোঁটৰ অংশীদাৰ...

বৰপেটা জিলা প্ৰশাসনৰ কাম কাজক প্ৰশংসা ৰাজ্যপালৰ

বৰপেটা  জিলা প্ৰশাসনৰ সৈতে অনুষ্ঠিত  বৈঠকত জিলাখনত চলি থকা  কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহৰ এক পৰ্যালোচনা কৰা হয় । ৰাজ্যপাল গৰাকীয়ে বৰপেটা জিলাখনত চলি থকা...

Latest article

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতীয় হকী দলৰ

0
গোল্ডেন গাৰ্ল দীপিকাৰ প্ৰতিযোগিতাখনত তেওঁৰ ১১ তম গ'লৰ সহায়ত ভাৰতে অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চীনক ১-০ গ'লত পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী...

২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

0
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০২৫ বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব। চিবিএছই পৰীক্ষাবোৰ...

অষ্ট্ৰেলিয়াত শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সংসদত বিধেয়ক উত্থাপন

অষ্ট্ৰেলিয়াৰ সংসদৰ নিম্ন সদনত এখন বিধেয়ক উত্থাপন কৰা হৈছে। ইয়াৰ অধীনত, ১৬ বছৰৰ তলৰ শিশুৰ দ্বাৰা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।...