নগাঁওক প্ৰতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰে আলোচনা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে ৰাজ্য চৰকাৰে নগাঁও অঞ্চলসমূহক প্ৰতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে।...

নতুন বছৰ কৃষকৰ বাবে হ’ব উৎসৰ্গিত: নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে শস্য বীমা আঁচনিৰ বাবে আৱণ্টন বৃদ্ধি কৰাকে ধৰি কেন্দ্ৰীয় কেবিনেটে লোৱা আন কিছুমান সিদ্ধান্তৰ কথা উল্লেখ কৰি  কয় যে নতুন...

গুৱাহাটীত চাহ উদ্যোগৰ প্ৰতিনিধিৰে বাৰ্তালাপ মন্ত্ৰী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে চাহ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিয়ে যে কেন্দ্ৰই খণ্ডটোৱে সন্মুখীন হোৱা...

ৱাকফ (সংশোধনী) বিধেয়কৰ জেপিচিৰ অষ্টম বৈঠক বৰ্জন বিৰোধীৰ

বিৰোধী সাংসদসকলে বুধবাৰে ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত জেপিচিৰ অষ্টম বৈঠক বৰ্জন কৰে। সাংসদসকলে অভিযোগ কৰিছিল যে জেপিচিৰ সভাপতি জগদম্বিকা পালে যথাযথ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ...

৪ ৰাজ্যৰ ৬ ৰাজ্যসভাৰ আসনৰ বাবে ২০ ডিচেম্বৰত উপ-নিৰ্বাচন

নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে যে চাৰিখন ৰাজ্যৰ পৰা ছয়খন খালী ৰাজ্যসভাৰ আসন পূৰণৰ বাবে উপ-নিৰ্বাচন ২০ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সদস্য...

ডমিনিকাৰ সৰ্বোচ্চ সন্মানৰে সন্মানিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেৰিবিয়ান দেশ ডমিনিকাৰ চৰকাৰে ঘোষণা কৰিছে যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই মাহত দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা 'ডমিনিকা এৱাৰ্ড অফ অনাৰ'ৰে সন্মানিত কৰিব। ক'ভিড-১৯...

ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক  বিতাড়িত কৰা হ’ব: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে যদি ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ এখন সমিতি গঠন কৰা হ'ব।...

নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা আছে কংগ্ৰেছত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণ কৰি কয় যে দলটোত "নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা" আছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য এনে সময়ত কৰে যেতিয়া...

জাতিগত হিংসাৰ মাজতে দিল্লীত কুকি- মেইটেই সম্প্ৰদায়ৰ প্ৰথম বৈঠক

যোৱা এবছৰ ধৰি মণিপুৰত চলি থকা জাতিগত হিংসাৰ মাজত মঙলবাৰে দিল্লীত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত প্ৰথম বাৰ্তালাপ অনুষ্ঠিত হয়। দুয়োটা সম্প্ৰদায়ৰ নেতা আৰু...

জম্মু আৰু কাশ্মীৰৰ কাঠুৱাত নিৰ্বাচনী সভাতে ঢলি পৰিল মল্লিকাৰ্জুন খাৰ্গে

0
জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থাকোতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঞ্চতে মূৰ্চ্ছা যায়। খাৰ্গে  কাঠুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলক শ্ৰদ্ধাঞ্জলি...

Latest article

ম্যানমাৰ আৰু থাইলেণ্ডত ৭.৭ প্ৰাবল্য ভূমিকম্পত বিস্তৰ ক্ষতি

0
ম্যানমাৰ আৰু থাইলেণ্ডক শুকুৰবাৰে জোঁকাৰি যায় প্ৰচণ্ড ভূমিকম্পই। এই দুয়োখন দেশৰ অনুভূত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৭। আমেৰিকান ভূতাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জিআৰএফজেড চেণ্টাৰ...

ভাৰতত ২০৩৬ৰ অলিম্পিক আয়োজন হলে ব্যয় হ’ব ৬৪,০০০ কোটি টকা

ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকে আনুষ্ঠানিকভাৱে আবেদন কৰিবলৈ আগবাঢ়িছে। যদি আয়োজনৰ দায়িত্ব দিয়া হয়, ই আটাইতকৈ ব্যয়বহুল অলিম্পিক হ'ব পাৰে।...

পেনাচনিকে পূব ভাৰতত ২০২৫ বৰ্ষৰ বাবে মুকলি কৰিলে নতুন এচি; ৫৫° চেলচিয়াছপৰ্যন্ত অত্যাধিক উষ্ণতা...

এয়াৰ কণ্ডিচনাৰ (এচি) প্ৰস্তুতৰ ক্ষেত্ৰত ৬৫ বছৰতকৈও অধিক সময়ৰ অভিজ্ঞতাসম্পন্ন দেশৰ অগ্ৰণী বৈচিত্ৰ্যপূৰ্ণ প্ৰযুক্তি প্ৰতিষ্ঠান পেনাচনিক লাইফ ছল্যুচন ইণ্ডিয়াই আজি গুৰুত্বপূৰ্ণ বজাৰ গুৱাহাটীকে ধৰি...