সুখবৰ! ব্রিটেনত মানৱদেহত নতুন কোৰোণা ভেকচিনৰ ট্ৰায়েল আৰম্ভ!
লণ্ডনঃ কোৰোণাৰ ভয়াৱহ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে আহিছে কিছু আশাৰ বতৰা। মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰিবলৈ একমাত্ৰ উপায় হৈছে ভেকচিন আৰু এই ভেকচিন...
পতঞ্জলিৰ Covid-19 নিৰাময় কৰা দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ কেন্দ্ৰীয় চৰকাৰৰ
আজি কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে মুকলি কৰা Covid-19ৰ ঔষধত এক প্ৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে। Press Information Bureauই মুকলি কৰা এক প্ৰেছ বিজ্ঞপ্তি...
হোম কোৱাৰান্টাইনৰ নিয়ম উলংঘা!
কলিয়াবৰৰ শিলঘাটৰ শহুৰৰ গৃহত থকা বিপুল’ দে (৩২)ৰ দেহত হৈছে কভিড -১৯ৰ সংক্ৰমণ। শিলঘাট গাঁৱৰ বুবুল দাসৰ গৃহত যোৱা এবছৰ ধৰি বাস কৰা বৰ...
নলবাৰীত আজৱ কাণ্ডক লৈ ঘগ্ৰাপাৰত আতংক
সমগ্ৰ বিশ্বতে কোৰোণা মহামাৰীয়ে সন্ত্ৰাস চলাই থকাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ চিকিৎসালয়ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। জানিব পৰা মতে, ঘগ্ৰাপাৰ ব্লক চিকিৎসালয়ৰ...
আজি সন্ধিয়া ৬ বজাৰ পৰা মহানগৰীৰ কিছু ৱাৰ্ডত লকডাউন!
গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। কোনো ট্ৰেভেল হিষ্ট্রী নথকা বহু লোকৰ দেহত কোভিড–১৯ পজিটিভ ধৰাৰ পিছত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। গুৱাহাটীত...
গুৱাহাটীত ভয়ানক গণ সংক্ৰমণ! কেতিয়াৰ পৰা হ’ব ল’ক ডাউন? সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
গুৱাহাটীত ভয়ানক গণ সংক্ৰমণ! ল’ক ডাউনৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মহানগৰৰ কোৰোণা হটস্পট অঞ্চলত ল’ক ডাউন বলৱত্ কৰাৰ সম্ভাৱনা। আগন্তুক সাত...
বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’ল সৰ্বাধিক ২৬৯জন লোক।
ৰাজ্যত কৰনাৰ ভয়ানক ৰুপ। ২৪ঘণ্টাত ধুবুৰীত আক্ৰান্ত হ’ল ১২৫জন লোক।
লখিমপুৰৰ এজন চিকিৎসকৰ দেহত COVID-19। ডাঃ হাচিড জামান নামৰ চিকিৎসকজনৰ দেহত ধৰা পৰিছে...
বিশাখাপট্টনমৰ গেছ ট্ৰেজেদীৰ মৰ্মন্তুদ দৃশ্য
ষ্টাফ ৰিপোৰ্টাৰ: বিশাখাপট্টনমৰ গেছ ট্ৰেজেদীৰ মৰ্মন্তুদ দৃশ্য। নিশা উশাহ ল'ব নোৱাৰি অ'ত-ত'ত ঢলি পৰা অসংখ্য অচেতন মানুহক হাস্পতালত ভর্তি। আক্ৰান্তৰ মাজত আছে অসংখ্য শিশু।...
অসম কভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী
ষ্টাফৰিপোৰ্টাৰ, ৭ মে' : অসম কভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী ২০২০ ৰ আধাৰত চৰকাৰে দোকান পোহাৰ চলোৱাৰ বাবে কিছুমান বিশেষ নিয়ম সতৰ্কতাৰে পালন কৰিবলৈ...
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ *বিশ্ব থেলাছেমিয়া দিৱস’ পালন
ষ্টাফ ৰিপোৰ্টাৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাই বিশ্ব থেলাছেমিয়া দিৱস উপলক্ষে "ক্লিনিকেল হেমাতলজি বিভাগ" আৰু "ষ্টেট অৱ দ আৰ্ট মডেল ব্লাড বেংক"ৰ সহযোগত...