ভাৰতত প্ৰতি ১০ লাখৰ ভিতৰত ৪৯,০০০ শিশুৱে ভুগি আছে বৃক্ক সমস্যাত
ভাৰতত প্ৰায় পাঁচ শতাংশ শিশু আৰু কিশোৰ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস বা বৃক্ক বিকল হোৱা সমস্যাত ভুগি আছে। দেশজুৰি চলোৱা এক অধ্যয়ণত এই কথা প্ৰকাশ...
বাঘমাৰাচৰ নৈপৰীয়া প্ৰাঃস্বাঃ কেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ
বাঘমাৰাচৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই পুনৰাই উন্মোচিত কৰিছে স্বাস্থ্য বিভাগৰ পায়ালগা ছবি৷পৰিবৰ্তন কামী বিজেপি চৰকাৰ খনে উন্নয়নৰ নামত ঢাক ঢোল বজালেও গাওঁ অঞ্চলত যে...
ইউ এছ টি এমত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন
বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউ এছ টি এম) য়েও আজি দশম আন্তৰ্জাতিক যোগ দিৱস অতি উৎসাহেৰে উদযাপন কৰে। সুস্থ মনৰে সুস্বাস্থ্যৰ প্ৰসাৰৰ লক্ষ্যৰে...
বেংককত সন্মানিত চৰাইদেউৰ ডাঃ মাধুৰ্য বৰগোহাঁই
আমেৰিকাৰ এটি বেচৰকাৰী সংস্থা INTERNATIONAL CONGRESS OF ORAL Implantology (ICOI) দ্বাৰা ASEN CONGRESS, বেংককত সন্মানিত হয় চৰাইদেউৰ সুসন্তান ডাঃ মাধুৰ্য বৰগোহাঁই। ইয়াৰ ওপৰিও কেইদিনমান...
কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ
ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায়...
জনিয়াত বিশ্ব পৰিৱেশ দিৱস পালন
বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনিয়া মহামিলন মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ সৌজন্যত গছ পুলি ৰোপনেৰে...
মণিপুৰত প্ৰাকৃতিক দুৰ্যোগত ৩০ জনৰো অধিক লোকৰ মৃত্যু
ঘূৰ্ণীবতাহ ৰেমলে পশ্চিম বংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ভয়ংকৰ ধ্বংসৰ সৃষ্টি কৰে। মণিপুৰত পৰিস্থিতি আটাইতকৈ বেয়া। ৰাজ্যখনৰ বহু নৈৰ পানী বিপদসীমাৰ ওপৰৰে বৈ আছে। ইয়াৰ উপৰিও...
নিমহান্সক WHOৰ ২০২৪ৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা
ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান (নিমহান্স), বেংগালুৰুক বিশ্ব স্বাস্থ্য সংস্থাই ২০২৪ চনৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা প্ৰদান কৰিছে। নিমহান্স হৈছে কেন্দ্ৰীয়...
দেশৰ ১৫০ টা মুখ্য জলাশয়ৰ জল স্তৰ ৭৭%লৈ হ্ৰাস
প্ৰচণ্ড হিটৱেভৰ মাজত দেশৰ ১৫০ টা মুখ্য জলাশয়ৰ জল স্তৰ হ্ৰাস হ'বলৈ ধৰিছে আৰু মুঠ সঞ্চয় ক্ষমতাৰ ২৩ শতাংশহে এতিয়া আছে। বৰ্তমানৰ পানীৰ স্তৰ...
টুপামাৰীত চকু পৰীক্ষা শিবিৰ
ছমৰীয়া সমিষ্টিৰ অন্তৰ্গত টুপামাৰীস্হ প্ৰয়াস শিশু পুথিভঁৰালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্হা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত আৰু ই আৰ চি আই কেয়াৰৰ সহযোগত এদিনিয়াকৈ অনুষ্ঠিত...