বিয়াত বহিল শুকুৰ আলী, জানেনে কইনা কোন?

কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱত এক উখল-মাখল পৰিৱেশ। আনন্দ-স্ফূৰ্তিৰ মাজেৰে সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাইছে মানুহজনলৈ। অৱশেষত অপেক্ষাৰ অন্ত পেলাই পদূলিমুখত ৰ’লহি গাড়ীখন। দৰা আহিছে দৰা...

মুক্তি পালে হিমাংশু প্ৰসাদ দাসৰ নৱতম ছবি ‘বুলু ফিল্ম’ৰ ট্ৰেইলাৰ

এখন গাঁও। নামনি অসমৰ এখন সাধাৰণ গাঁওকো বাৰুকৈয়ে সমস্যাত পেলাইছিল কোভিড পৰিস্থিতিৰ বাবে ঘোষণা কৰা লকডাউনে। লক ডাউনৰ সময়খিনিত মূলতঃ নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান...

প্ৰতিভাসম্পন্ন নৃত্যশিল্পী চন্দনা দেৱীৰ মৃত্যু

অসমৰ প্ৰতিভাসম্পন্ন নৃত্যশিল্পী চন্দনা দেৱীৰ মৃত্যু। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থাকি মৃত্যুক সাৱটিলে নৃত্য শিল্পীগৰাকীয়ে। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল চন্দনা। কেইবাখনো অসমীয়া...

বলীউড মাফিয়াই মোক হত্যাৰ চেষ্টা চলাই আহিছেঃ পুনৰ বিস্ফোৰক অভিযোগ অভিনেত্ৰী তনুশ্ৰী দত্তৰ

ডিজিটেল ডেস্কঃ বলীউডৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বলীউডৰ অভিনেত্ৰী তনুশ্ৰী দত্তই। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্টত তনুশ্ৰীয়ে লিখিছে যে বলীউড মাফিয়াই তেওঁক...

‘কালী’ বিতৰ্ক! এইবাৰ ধৰ্ষণৰ ভাবুকি দিয়া হ’ল পৰিচালক লীনা মণিমেকালাইক, টুইটাৰত শ্বেয়াৰ কৰিলে ভাবুকিৰ...

ডিজিটেল ডেস্কঃ তথ্যচিত্ৰ ‘কালী’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে পৰিচালক লীনা মণিমেকলাই ইটোৰ পিছত সিটো ভাবুকি লাভ কৰিছে। এইবাৰ লোহাৰ ৰড সুমুৱাই ধৰ্ষণৰ ভাবুকি...

মৃত্যুৰ শীতল কোলাত শুই পৰিল অভিনেতা কিশোৰ দাস…

মৃত্যুৰ শীতল কোলাত শুই পৰিল আমাৰ আটাইৰে মৰমৰ অভিনেতা কিশোৰ দাস। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ শনিবাৰে মুম্বাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কিশোৰ...

চুপাৰষ্টাৰ ধনুষক নিজৰ পুত্ৰ বুলি দাবী কৰি আদালতৰ দাৰস্থ এহাল দম্পতী, বিচাৰিলে ক্ষতিপূৰণ

টলিউড অভিনেতা ধনুষৰ অব্যাহত আছে ইটোৰ পিছত সিটো সমস্যা। শেহতীয়াকৈ অভিনেতাজনক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে চমন জাৰি কৰিছে। দৰাচলতে, আদালতে অভিনেতাজনক এটা গোচৰত চমন জাৰি...

প্ৰখ্যাত অভিনেতা চেলিম ঘোষৰ বিয়োগ

হিন্দী ছবিজগতৰ বিশিষ্ট অভিনেতা চেলিম ঘোষৰ দেহাৱসান। বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। উল্লেখ্য যে, চেলিম ঘোষে কেৱল...

কিং খানৰ নিজা অ’টিটি প্লেটফৰ্ম মুকলি

নিজা প্লেটফৰ্মৰ জৰিয়তে অটিটি জগতত প্ৰৱেশ বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ। মঙলবাৰে এই ঘোষণা কৰে অভিনেতাগৰাকীয়ে। টুইটাৰৰ জৰিয়তে খানে তেওঁৰ অ'টিটি প্লেটফৰ্মৰ অনুমিত লোগোৰ সৈতে এখন...

কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস…

0
কৰ্কট ৰোগৰ সৈতে যুঁজি হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাস। অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা...

Latest article

ভয়ংকৰ অগ্নিকাণ্ডত প্রাণ গ’ল এজনৰ

এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল এজন যুৱকৰ। শুই থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিকাশ শৰ্মাই প্ৰাণ হেৰায়ায়। ইয়াৰোপৰি জ্যেষ্ঠ ভগ্নীৰ কথমপি প্ৰাণ ৰক্ষা...

কাজিৰঙা ভ্ৰমণ শচীন তেণ্ডুলকাৰৰ

কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ডিঙিত গামোচা লৈ ভ্ৰমণ কৰিলে কাজিৰঙা । পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ। কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ...

জনতাৰ বাবে আহিল বেয়া খবৰ

সাধাৰণ জনতাৰ বাবে এটা দুঃখবৰ । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য । ৰাজহ বিভাগৰ এক অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ...