বিশ্বক চেৰ পেলাই বিগত ৪ দিনত ভাৰতত কোৰোনাত আক্ৰান্ত সৰ্বাধিক লোক…
ডিজিটেল ডেস্ক:- ভাৰতত হ্ৰাস পোৱা নাই কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। বৰং ভাৰতত কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই বিগত ৪ দিনত বিশ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এই তথ্য...
ছান ফার্মাই মুকলি কৰিছে ফেভিপিৰাভিৰ
ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিছ লিমিটেডে ভাৰতত মহামাৰী কোভিড-১৯ ৰ চিকিৎসাৰ বাবে প্রতিটো টেবলেটত ৩৫ টকা অৰ্থনৈতিক মূল্যৰে ফ্লুগার্ড (ফেভিপিৰাভিৰ ২০০ এম জি) মুকলি কৰাৰ কথা...
কাঝিকোডৰ বিমান দুৰ্ঘটনাত পাইলটসহ ১৮ জনৰ মৃত্যু! গৰ্ভৱতী মহিলাসহ ২৫ জন সংকটজনক অৱস্থাত…
ডিজিটেল ডেস্ক:- কোৰোনা সন্ত্ৰাসৰ মাজতে শুকুৰবাৰে সন্ধিয়া কেৰালাৰ কাঝিকোডত সংঘটিত এক বিমান দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ডেৰ শতাধিক বিমানযাত্ৰী আহত হয়।...
কেৰালাৰ কাজিকোডত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত বিমান, ১৪ জনৰ মৃত্যু
● কেৰালাৰ কাজিকোডত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী এয়াৰ ইণ্ডিয়াৰ বিমান।
● কাজিকোডৰ কাৰীপুৰ বিমান বন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয় বিমানখন।
● ডুবাইৰ পৰা অহা বিমানখনত আছিল...
অধিক অৱনতি ঘটিছে দিল্লীত ধৰ্ষণৰ বলি হোৱা ১২ বছৰীয়া কিশোৰীগৰাকীৰ স্বাস্থ্যৰ!
ডিজিটেল ডেস্ক:- অধিক সংকতজনক হৈ পৰিছে দিল্লীৰ পশ্চিম বিহাৰত ধৰ্ষণৰ বলি হোৱা ১২ বছৰীয়া কিশোৰী গৰাকীৰ স্বাস্থ্য। দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীক ভেন্টিলেচনত...
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰূপে শপত গ্ৰহণ মনোজ সিনহাৰ
ডিজিটেল ডেস্ক:- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাই শুকুৰবাৰে কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ দ্বিতীয়গৰাকী উপ ৰাজ্যপাল ৰূপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ ৰাজভৱনত সিনহাক শপত বাক্য...
দিল্লীত ইলেক্ট্রিক বাহন ক্ৰয় কৰিলে চৰকাৰে দিব বিশেষ ৰেহাই…
ডিজিটেল ডেস্ক:- পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্রিক বাহনৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে দিল্লী চৰকাৰে। সেই অনুসৰি শুকুৰবাৰে এক ডিজিটেল কণফাৰেন্সৰ জৰিয়তে...
প্ৰবল বৃষ্টিপাত! কেৰালাত ভূমিস্খলনত ৫ জনৰ মৃত্যু
ডিজিটেল ডেস্ক:- এফালে কোৰোনাৰ সংহাৰ, আনফালে কেইবাখনো ৰাজ্যত বানে কাঢ়িছে প্ৰাণ। প্ৰবল বৃষ্টিপাতৰ ফলত বৃদ্ধি পোৱা নৈৰ জলস্তৰে অসমৰ লগতে কেৰালা, তামিলনাডু আদি কেইবাখনো...
সুশান্ত সিঙৰ প্ৰাক্তন বিজনেছ মেনেজাৰ আৰু ঘনিষ্ঠ বন্ধুলৈ চমন জাৰি ইডিৰ…
ডিজিটেল ডেস্ক:- অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডক লৈ তদন্ত অব্যাহত ৰখা ইডি শুকুৰবাৰে চমন জাৰি কৰি অভিনেতাজনৰ প্ৰাক্তন বিজনেছ মেনেজাৰ শ্ৰুতি মোডীক দিনটোৰ ভিতৰত...
সুশান্ত সিং মৃত্যুকাণ্ডৰ চিবিআই তদন্ত: ৰিয়া চক্ৰৱৰ্তীসহ কেইবাজনো ঘনিষ্ঠৰ বিৰুদ্ধে গোচৰ ৰুজু
● অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যু কাণ্ডৰ চিবিআই তদন্ত আৰম্ভ।● অভিনেতাজনৰ ঘনিষ্ঠ কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ।● সুশান্ত সিঙৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধেও...