হাওৰাত বিষাক্ত সুৰা পানৰ ফলত ১০ জনৰ মৃত্যু, চিকিৎসাধীন ২০ জন

হাওৰাৰ ঘুছুৰীত ৰহস্যজনকভাৱে মৃত্যু ১০ জন লোকৰ। বিষাক্ত সুৰা সেৱন কৰাৰ ফলত লোক কেইজনৰ মৃত্যু ঘটাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। আনহাতে বিষাক্ত সুৰা সেৱনৰ...

ৰঞ্জী ট্ৰফীত দুটাকৈ শতক অৰ্জন এগৰাকী ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীৰ

পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যিক ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়ে খেলপথাৰত কৰা প্ৰদৰ্শনেৰে জয় কৰিছে হাজাৰ হাজাৰ অনুৰাগীৰ মন। যাৰ বাবে এতিয়া সংবাদ মাধ্যম,...

খহি পৰিল আন এক নক্ষত্ৰ! লাইভ কনচাৰ্টৰ পিছতে অসুস্থ হৈ পৰিল জনপ্ৰিয় কণ্ঠশিল্পী কেকে,...

সংগীত জগতত কাহানিও পূৰাব নোৱাৰা এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰি ৫৩ বছৰ বয়সত বিদায় মাগিলে জনপ্ৰিয় কণ্ঠশিল্পী-সুৰকাৰ কে কেয়ে। মঙ্গলবাৰে কলকাতাত এক সংগীতানুষ্ঠান পৰিবেশন কৰাৰ...

পশ্চিমবংগৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি, সদনৰ ভিতৰতে খণ্ডযুদ্ধত লিপ্ত টিএমচি-বিজেপি বিধায়ক

সোমবাৰে পশ্চিম বংগ বিধান সভাত বীৰভূম হিংসাৰ ঘটনাক লৈ বিজেপি আৰু টিএমচি বিধায়কসকলৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হোৱাৰ ফলত কেইবাজনো লোক আহত হয়। বিৰোধী দলৰ...

বীৰভূম কাণ্ডৰ তদন্ত কৰিব চিবিআইয়ে, নিৰ্দেশ আদালতৰ…

ৰাজনৈতিক অস্থিৰতাই উত্তাল ৰূপ ধাৰণ কৰা পশ্চিমবংগৰ বীৰভূম কাণ্ডৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে। এগৰাকী উপ-প্ৰধানৰ মৃত্যুক লৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত...

পশ্চিমবংগৰ পৌৰসভা নিৰ্বাচনত এখনো আসন লাভ নকৰিলে বিজেপিয়ে, শাসকীয় TMCৰ বৃহৎ জয়

পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনত বিপুল বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৱে ৰাজ্যজুৰি ১০৮ খন পৌৰসভাৰ ১০২ খনতে জয়লাভ কৰে। টিএমচিয়ে...

কিংবদন্তি কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জীৰ দেহাৱসান

0
কিংবদন্তি বাংলা গায়িকা সন্ধ্যা মুখাৰ্জী আৰু নাই! হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰখ্যাত কণ্ঠশিল্পী গৰাকীয়ে মঙ্গলবাৰে সন্ধিয়া ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...

পশ্চিমবঙ্গত সংঘটিত ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অসমৰ ২ যাত্ৰীয়েও

0
বৃহস্পতিবাৰে সন্ধিয়া পশ্চিমবঙ্গত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিকানেৰ-গুৱাহাটী ৰেলখনত কৰুণ মৃত্যুক সাৱটি লয় অসমৰ শিশুসহ দুজন লোকে। দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা অসমৰ যাত্ৰী দুগৰাকীক ক্ৰমে ১২...

পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

0
পশ্চিম বংগ জলপাইগুৰি জিলাত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। আনহাতে দুৰ্ঘটনাত আহত আন ৩৬ জন বৰ্তমান চিকিৎসাধীন হৈ আছে।...

আলিপুৰদুৱাৰত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, TMCৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ এটা বাঁহৰ গাঁথনিত ওলমি থকা অৱস্থাত এজন বিজেপি যুৱ শাখাৰ নেতাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন আৰক্ষী...

Latest article

আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ সমাপ্তি ঘটিব সুনীল ছেত্ৰীৰ

0
ভাৰতত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে ৬ জুনত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ...

মেঘালয়ত আৰম্ভ হ’ল ভাৰত-ফ্ৰান্সৰ যুটীয়া সামৰিক অনুশীলন ‘শক্তি’

ফ্ৰান্স আৰু ভাৰতৰ মাজৰ যুটীয়া সামৰিক অনুশীলন শক্তি এডিছনত ব্ৰিগেড পৰ্যায়ৰ কমাণ্ড বিষয়া, বায়ুসেনা আৰু নৌসেনাৰ পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। এই শক্তি সংস্কৰণৰ লক্ষ্য হৈছে...

আমাজনে প্ৰ’পেলৰ চতুৰ্থ চিজন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

আমাজন ইণ্ডিয়াই আজি প্ৰপেলৰ চতুৰ্থ ছিজন মুকলি কৰাৰ কথা ঘোষণা কৰিছে – প্ৰপেল হৈছে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ বাবে এক গ্লবেল ব্যৱসায়িক...