২৮ জানুৱাৰীত ৰাজকোটত ভাৰত-ইংলেণ্ডৰ তৃতীয় টি-২০
সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৰাজকোটত কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ খেল খেলিব। ভাৰতীয় দলটোৱে ইয়াৰ বাবে দেওবাৰে নিশা পলমকৈ ৰাজকোটত উপস্থিত হয়, য'ত...
১২ বছৰৰ পিছত ৰঞ্জী ট্ৰফী খেলিবলৈ সাজু বিৰাট কোহলী
ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০১২ চনৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰথমখন খেল খেলিবলৈ সাজু হৈছে। তেওঁ ৩০ জানুৱাৰীৰ পৰা ইয়াত ৰেলৱেৰ বিৰুদ্ধে হ'বলগীয়া দিল্লীৰ...
খো-খো বিশ্বকাপৰ বাবে সাজু ৰাজধানী দিল্লী
দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খো-খো বিশ্বকাপৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইফালে খো-খো বিশ্বকাপৰ সময়সূচীও ঘোষণা কৰা হৈছে। এই বিশাল অনুষ্ঠানটো...
আইচিচি টেষ্ট ৰেংকিংৰ তৃতীয় স্থানত ভাৰত
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই ১-৩ত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে, ভাৰতীয় দলটো শেহতীয়া আইচিচি...
জুনত পৰৱৰ্তী টেষ্ট শৃংখলা খেলিব টীম ইণ্ডিয়াই
ভাৰতে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন টেষ্ট শৃংখলা খেলে। য'ত ভাৰতীয় দলটোৱে ১-৩ ৰ পৰাজয়ৰ সন্মুখীন হয়। এই শৃংখলাত পৰাজয়ৰ সৈতে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট...
ঋষভ পণ্টৰ অৰ্ধশতকৰে ছিডনী টেষ্টত ভাৰতৰ ১৪৫ ৰানৰ অগ্ৰগতি
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত হোৱা টেষ্ট মেচৰ দ্বিতীয় দিনা ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰে। ভাৰতে প্ৰথমে অষ্ট্ৰেলিয়াক ১৮১ ৰানত অলআউট কৰে, আৰু তাৰ...
আইচিচিৰ বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত যশপ্ৰীত বুমৰাহ
ভাৰতৰ শীৰ্ষ পেচাৰ যশপ্ৰীত বুমৰাহক সোমবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত কৰা হয়, আনহাতে তেওঁ টেষ্ট ক্ৰিকেটাৰ অফ দা...
মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত টীম ইণ্ডিয়া
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় ক্ৰিকেট দলে ১৮৪ ৰানত পৰাজয়ৰ সন্মুখীন হয়। এই পৰাজয়ৰ সৈতে, ভাৰতীয় দলটো শৃংখলাটোত ২-৩ ত...
মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত ৪৭৪ ৰান অষ্ট্ৰেলিয়াৰ
অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা খেল অন্ত পৰাকৈ পাঁচ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰে। অপেনাৰ...
মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াৰ ৩১১ ৰান
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজিৰে পৰা আৰম্ভ হোৱা মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনাৰ খেল অন্ত পৰিছে। বিষম পৰিস্থিতিত সুন্দৰ বলিং কৰা যশপ্ৰীত বুমৰাহে ভাৰতক খেলখনলৈ...