ৰিয়েল মাদ্ৰিদৰ ভিনিচিয়াছ জুনিয়ৰক ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা
ফিফাৰ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ব্ৰাজিল আৰু স্পেইনে লাভ কৰিছে। ৰিয়েল মাদ্ৰিদৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰক ফিফা বছৰটোৰ 'শ্ৰেষ্ঠ বঁটা' পুৰুষ খেলুৱৈ হিচাপে মনোনীত কৰা...
খো খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ ছলমান খান
ভাৰতীয় খো খো ফেডাৰেশ্যনে (কেকেএফআই) নতুন দিল্লীত ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী, ২০২৫ ৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰচাৰৰ বাবে...
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰবিচন্দ্ৰন অশ্বিনৰ
ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। গাব্বা টেষ্ট শেষ হোৱাৰ সৈতে অশ্বিনে অৱসৰ ঘোষণা কৰে। ৰবিচন্দ্ৰন অশ্বিন এতিয়ালৈকে ভাৰতীয় টেষ্ট ইতিহাসৰ অন্যতম...
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত জয়ৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় টিম চাউথীৰ
নিউজিলেণ্ড ক্ৰিকেট দলে তেঁওলোকৰ তাৰকা টিম চাউথীক অভিলেখ জয়েৰে বিদায় জনায়। চাউথীৰ অন্তিমখন টেষ্ট মেচত আয়োজক নিউজিলেণ্ডে ইংলেণ্ডক ৪২৩ ৰানত পৰাস্ত কৰে। এইখন আছিল...
২০২৬ৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ নকৰে পাকিস্তানে
২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিব। এই প্ৰতিযোগিতাৰ সন্দৰ্ভত, পাকিস্তানৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকে ভাৰত ভ্ৰমণ নকৰে।...
হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫
হাইব্ৰিড মডেলত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী ২০২৫। এই কথাটো স্পষ্ট হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেল অনুমোদিত হৈছে। পাকিস্তান ক্ৰিকেট ব'ৰ্ডেও...
ছিংগাপুৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জনৰে ইতিহাস ৰচিলে গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে
১৮ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে বৃহস্পতিবাৰে ছিংগাপুৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। তেওঁ ফাইনেলত চীনৰ ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক ৭.৫-৬.৫ ত পৰাস্ত...
অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি ডব্লিউটিচিৰ শীৰ্ষস্থানত দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ১০৯ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) শীৰ্ষস্থান দখল কৰে। আনহাতে এডিলেড টেষ্টত...
গুৱাহাটী মাষ্টাৰ্ছ চুপাৰৰ ডাবুলছৰ চেম্পিয়ন তানিশা ক্ৰেষ্টো-অশ্বিনী পোনাপ্পা
গুৱাহাটী মাষ্টাৰ্ছ চুপাৰ ১০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত চীনৰ লি হুয়াঝৌ আৰু ৱাং জিমেংক পোনপটীয়া খেলত পৰাস্ত কৰি ভাৰতীয় মহিলা দ্বৈত যুটি তানিশা ক্ৰেষ্টো আৰু...
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ৰেংকিঙত শীৰ্ষ অষ্ট্ৰেলিয়া, তৃতীয়ত ভাৰত
এডিলেড ওভালত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতক দহ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলা ১-১ ত সমতা অৰ্জন কৰিছে। এই বিজয়ৰ সৈতে, অষ্ট্ৰেলিয়াই ২০২৩-২০২৫...