বিবাহত বহিল নীৰজ চোপ্ৰা
ভাৰতৰ জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই হিমানী ম'ৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে। ২৭ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ কথা ঘোষণা কৰে।...
৭ দিনৰ ভিতৰত অবৈধ কয়লা খনি বন্ধৰ নিৰ্দেশ জি পি সিঙৰ
গণৰাজ্য দিৱসকলৈ সষ্টম হৈছে অসম আৰক্ষী। গণৰাজ্য দিৱসৰ প্রাকক্ষণত যিকোনো ধৰণৰ হিংসাত্মক ঘটনা প্রতিহত কৰাৰ লক্ষ্যৰে সষ্টম হৈছে অসম আৰক্ষী। শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক...
৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত জোনবিল মেলা
পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত কৰিব ওলাইছে ঐতিহাসিক জোনবিল মেলা। পুনৰ বিনিময় প্ৰথাৰে উজলি...
৮৫ স্থানলৈ অৱনমিত ভাৰতৰ পাছপোৰ্ট ৰেংকিং সূচক
বিশ্বব্যাপী পাছপোৰ্ট সূচকত ভাৰতৰ ৰেংকিং এই বছৰ পাঁচটা স্থান অৱনমিত হৈ ৮৫ স্থানত উপনীত হৈছে, আনহাতে ছিংগাপুৰ একেৰাহে দ্বিতীয় বছৰৰ বাবে শীৰ্ষস্থানত আছে। তেওঁলোকৰ...
বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিছে কাজিৰঙা
বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নিউয়র্ক টাইমছে প্রকাশ কৰা বিশ্বৰ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ কাজিৰঙা...
বাক্সা বন সংমণ্ডলৰ দ্বিতীয়টো বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন
বি টি চিৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলৰ কুমাৰীকাটা ৰেঞ্জৰ অধীনস্থ আৰু ভূটান হিমালয়ৰ পাদদেশত অৱস্থিত দৰঙা সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্ৰায় ৩০ বছৰীয়া এজনী মাইকী...
ডিমা হাচাও জিলাৰ উমৰাংছুৰ কয়লা খনিত আৱদ্ধ ৯ জন শ্ৰমিক
ৰাজ্যৰ ডিমা হাচাও জিলাৰ উমৰাংছু অঞ্চলৰ এটা কয়লা খনিত ৯ জন খনিকৰ্মী আৱদ্ধ হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰ অভিযানৰ বিৱৰণ দি...
উত্তৰ পূৱত ৫০ কোটি টকাৰ ৫০ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন...
কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সোমবাৰে উত্তৰ- পূৰ্বাঞ্চলত মীন পালনৰ আন্তঃগাঁথনি, উৎপাদনশীলতা বৃদ্ধি আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে...
গুৱাহাটী অসম গ্ৰন্থমেলাত ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী
গুৱাহাটী অসম গ্ৰন্থমেলাৰ দশম দিনা অৰ্থাৎ নতুন বছৰৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশত উছৱমুখৰ হয় খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি...
শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা
বিভিন্ন কাৰকৰ প্ৰভাৱত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা প্ৰকৃতিৰ জামাদাৰ শগুণৰ সংৰক্ষণৰ অৰ্থে স্থানীয় পৰ্যায়ত নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা সমাজৰ সদস্যসকলৰ কাৰ্যক উদগনি যোগোৱা আৰু...