নীতি আয়োগৰ বৈঠকত অংশ নলয় ৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

২৭ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া নীতি আয়োগৰ বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে উপস্থিত নাথাকে। তেওঁ এই বৈঠক বৰ্জন কৰাৰ ঘোষণা কৰিছে।...

ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ তাৎক্ষণিক মেৰামতিৰ আহ্বানৰে নীতিন গাডকাৰীক সাক্ষাৎ গৌৰৱ গগৈৰ

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বুধবাৰে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ৰ তাৎক্ষণিক মেৰামতিৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি সাক্ষাৎ কৰে।...

অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটখন মঙলবাৰে পুৱা সংসদ ভৱনত উত্থাপন কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট ভাষণৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে...

হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাই চহৰৰ হোটেল অশোকত অনুষ্ঠিত হয় আপৰ হোজাই জিলা কৰ্মকৰ্তা সন্মিলন। দিনজোৰা বিস্তৃত কাৰ্যসূচীত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত...

আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ শীৰ্ষ নেতৃত্বই চলিত জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু...

বিজেপিত যোগদানৰ উজান

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় "অটল বিহাৰী বাজপেয়ী ভৱনত" এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক...

আগন্তক বিধানসভা নির্বাচনত বি জে পিৰ পতন অনিবাৰ্যঃ গগৈ

জনিয়া সত্ৰৰ সমীপৱৰ্তী কৰাৰকুৰস্থিত বেঁকী ব্ৰীজৰ খহনীয়া ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক আখিল গগৈয়ে । উল্লেখযোগ্য যে, এইবাৰ...

‘কা’ অধীনত নাগৰিকত্বৰ বাবে অসমত আঠজনৰ আবেদন: মুখ্যমন্ত্ৰী

অসমত বৰ্তমানলৈকে 'কা' অধীনত নাগৰিকত্বৰ বাবে মাত্ৰ আঠজনে আবেদন কৰিছে আৰু তেওঁলোকৰ ভিতৰত দুজন লোকেহে শুনানীত অংশগ্ৰহণ কৰিছে। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ আবকাৰী নীতিৰ গোচৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। কেজৰিৱালক ২১ মাৰ্চত ইডিয়ে সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত...

বনকোঁৱৰ আনন্দিৰাম দাসৰ সোঁৱৰণত বঁটা প্ৰদানৰ সিদ্ধান্ত

বনকোঁৱৰ আনন্দিৰাম দাস স্মৃতিৰক্ষা সমিতিৰ এখনি কাৰ্যকৰী সভা  ডাউন টাউনৰ সমীপৰ মথুৰা নগৰস্থিত নান্দনিক সভাগৃহত সমিতিৰ সভাপতি কিশোৰী মোহন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় ।সভাৰ...

Latest article

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতীয় হকী দলৰ

0
গোল্ডেন গাৰ্ল দীপিকাৰ প্ৰতিযোগিতাখনত তেওঁৰ ১১ তম গ'লৰ সহায়ত ভাৰতে অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চীনক ১-০ গ'লত পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী...

২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

0
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০২৫ বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব। চিবিএছই পৰীক্ষাবোৰ...

অষ্ট্ৰেলিয়াত শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সংসদত বিধেয়ক উত্থাপন

অষ্ট্ৰেলিয়াৰ সংসদৰ নিম্ন সদনত এখন বিধেয়ক উত্থাপন কৰা হৈছে। ইয়াৰ অধীনত, ১৬ বছৰৰ তলৰ শিশুৰ দ্বাৰা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।...