বিধায়ক কমলাখ্য দে পুৰকায়স্থ আৰু বসন্ত দাসক অযোগ্য ঘোষণা কৰাৰ আহ্বান দেবব্ৰত শইকীয়াৰ
অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই শুকুৰবাৰে কংগ্ৰেছৰ দুজন বিধায়ক কমলাখ্য দে পুৰকায়স্থ আৰু বসন্ত দাসক অযোগ্য ঘোষণা কৰিবলৈ অধ্যক্ষৰ ওচৰত দুখন আবেদন...
কোচ ৰাজবংশী সকলোৰ সমস্যা সমাধানৰ বাবে আগ্ৰহী নহয় বি জে পি চৰকাৰ
বকো - অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিম কৰিম আভূৱা ভাৰি আহিছে। সুদীৰ্ঘ দিন ধৰি চৰকাৰে কোচ ৰাজবংশী সকলোক...
বিজেপিত যোগদান নকৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ
মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি বিজেপিত যোগদানৰ জল্পনা-কল্পনা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিয়ে। তেওঁ কয় যে তেওঁ...
দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তালিকাৰ তৃতীয়ত হিমন্ত বিশ্ব শৰ্মা
ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? এই বিষয়ে এটা জৰীপ কৰা হয়, যাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক জৰীপ...
পাকিস্তানৰ সংসদত বিৰোধী আসনত বহাৰ সিদ্ধান্ত ইমৰান খান দলৰ
কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ পাকিস্তান তেহৰিক-ই-ইনচাফে (পিটিআই) তেওঁলোকৰ পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰচেষ্টা বিফল হোৱাৰ পিছত সংসদত বিৰোধী দলত বহিবলৈ সিদ্ধান্ত লৈছে। ৮...
২০২২-২৩ বৰ্ষত ৭২০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ
ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বৰ্ষত প্ৰায় ৭২০ কোটি টকাৰ অনুদান লাভ কৰে, যি আন চাৰিটা ৰাষ্ট্ৰীয় দল - কংগ্ৰেছ, আম আদমী পাৰ্টি (আপ),...
স্বাস্থ্যজনিত কাৰণত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ছোনিয়া গান্ধীয়ে
কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে তেওঁৰ ৰায়বৰেলী সমষ্টিৰ জনসাধাৰণলৈ এখন পত্ৰ লিখি কয় যে স্বাস্থ্য আৰু বৃদ্ধ বয়সৰ বাবে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত...
ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ছোনিয়া গান্ধীয়ে
কংগ্ৰেছে বুধবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে চাৰিজন প্ৰাৰ্থী ঘোষণা কৰে। ঘোষণা কৰা চাৰিজন প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ চৰ্চিত হৈছে ৰাজস্থানৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা দলৰ সংসদীয়...
ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে ছোনিয়া গান্ধীয়ে
কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে সোমবাৰে লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী "ইণ্ডিয়া" মহাজোঁট অংশীদাৰসকলৰ সৈতে আসন ভাগ-বতৰা আৰু ৰাজ্যসভা নিৰ্বাচনৰ বাবে দলটোৰ সম্ভাৱ্য প্ৰাৰ্থীৰ নাম আলোচনা কৰে।কংগ্ৰেছ...
২০২২-২৩ বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১৩০০ কোটি টকা লাভ বিজেপিৰ
শাসক দল ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰায় ১৩০০ কোটি টকা লাভ কৰে। এই পৰিমাণটো একে সময়তে এই মাধ্যমৰ (নিৰ্বাচনী...