দুৰ্ঘটনাৰ পিছত হাস্পতাললৈ লৈ যোৱা দুই ‘প্ৰকৃত নায়ক’ৰ ফটো শ্বেয়াৰ কৰি ধন্যবাদ ক্ৰিকেটাৰ ঋষভ...
দিল্লী-ডেৰাডুন ঘাইপথত সংঘটিত হোৱা মাৰাত্মক দুৰ্ঘটনাৰ পিছত সোমবাৰে নিশা ভাৰতীয় ক্ৰিকেট দলৰ উইকেটৰক্ষক তথা বেটছমেন ঋষভ পণ্টে ৰাজহুৱাভাৱে প্ৰথমটো মন্তব্য কৰে।
৩০ ডিচেম্বৰত তেওঁৰ গাড়ীখন...
বিহাৰত নকল সুৰা পান কৰি ৭ জনৰ মৃত্যু, বহুজনে হেৰুৱালে চকুৰ দৃষ্টিশক্তি…
ডিজিটেল ডেস্কঃ সুৰা নিষিদ্ধ বিহাৰত পুনৰ বিষাক্ত সুৰা পান কৰি মৃত্যু ঘটিল ৭ জনকৈ লোকৰ।
জানিব পৰা মতে, বিহাৰৰ ছাপৰা জিলাত বিষাক্ত সুৰা পান কৰাৰ...
ৰোগীৰ বিচনাত বাটৰ কুকুৰৰ সুখনিন্দ্ৰা, সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ…
ডিজিটেল ডেস্কঃ কিছু সপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ এখন জিলা চিকিৎসালয়ৰ দৃশ্য দেখি সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। চিকিৎসাধীন ৰোগীজনৰ কাষৰ বিচনাত পৰি থকা দেখা...
ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পাইছে ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা…
গুৱাহাটীঃ ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পাইছে ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা।
শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৭০ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতে অসমত এতিয়া ডেংগুত...
শোকাবহ! চিকিৎসা গাফিলতিৰ বাবে পুনৰ মাজুলীত মৃত্যু ৰোগীৰ…
চিকিৎসা গাফিলতিৰ ফলত শুকুৰবাৰে পুনৰ নদীদ্বীপ মাজুলীত প্ৰাণ গ’ল আন এজন ৰোগীৰ।
এম্বুলেন্সৰ অভাৱৰ বাবেই লোকজনৰ মৃত্যু ঘটা বুলি অভিযোগ পৰিয়ালৰ।
মৃত লোকজনৰ পৰিয়ালৰ লোকে জনোৱা...
সজাগতা সৃষ্টিৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণৰ হকে কাম কৰি আছে চৰকাৰেঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
গুৱাহাটীঃ নিয়ম জাপি দিয়াতকৈ সজাগতা সৃষ্টি কৰি জনসংখ্যা নিয়ন্ত্ৰণৰ দিশত কাম কৰি থকা বুলি সোমবাৰে অসম চৰকাৰে প্ৰকাশ কৰে।
এই ক্ষেত্ৰত মহিলাৰ শিক্ষা আৰু সবলীকৰণ...
ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত ৮২ জনৰ মৃত্যু
যোৱা ১ জুলাইৰ পৰা অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কমেও ৮২ জন লোকৰ মৃত্যু হৈছে বুলি বৃহস্পতিবাৰে বিষয়াসকলে প্ৰকাশ কৰিছে।
বুধবাৰে গোৱালপাৰা জিলাত এজন...
মেডিকেল কলেজৰ অধ্যাপকৰ অৱসৰৰ সময়সীমা ৭০ বছৰলৈ বৃদ্ধি কেবিনেটৰ
অসম কেবিনেটে শুকুৰবাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপকসকলৰ অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চৰকাৰী মুখপাত্ৰ তথা জলসম্পদ মন্ত্ৰী...
পুনৰ কোৰোনাত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী
পুনৰ কোৰোনাত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী।
দ্বিতীয় বাৰৰ বাবে কোৰোনাত আক্ৰান্ত হৈছে নেত্ৰীগৰাকী।
বৰ্তমান হোম আইশ্যলেছনত আছে ছোনীয়া গান্ধী।
উল্লেখ্য যে, দুমাহ পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল...
নগাঁৱৰ দেউৰীগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তুলসীমুখৰ দেউৰীগাঁৱত গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হস্পিতালৰ উদ্যোগত আৰু নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ তথা নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ সহযোগত...