ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব পাৰে ৰিয়ান পৰাগ

0
২৩ বছৰীয়া ৰিয়ান পৰাগৰ বাবে যোৱা বছৰটো যথেষ্ট লক্ষণীয় আছিল, কিয়নো তেওঁ দীৰ্ঘদিনৰ পিছত আই পি এলত সুন্দৰ বেটিং প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা দিমুথ কৰুণাৰত্নৰ

0
যোৱা ডেৰ দশক ধৰি শ্ৰীলংকাৰ ক্ৰিকেট দলত সেৱা আগবঢ়োৱা দিমুথ কৰুণাৰত্নই অৱসৰ ঘোষণা কৰিছে। তেওঁ গালে ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ পিছত অৱসৰ...

টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান সম্পূৰ্ণ ষ্টিভ স্মিথৰ

0
ষ্টিভ স্মিথে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত এটা ঐতিহাসিক ইনিংছ খেলে। মেচখনত প্ৰথম ৰান সংগ্ৰহ কৰাৰ সৈতে তেওঁ টেষ্ট ক্ৰিকেটত তেওঁৰ ১০,০০০ ৰান সম্পূৰ্ণ কৰে।...

আইচিচি টি-২০ বেটছমেন ৰেংকিঙৰ দ্বিতীয়ত তিলক বৰ্মা

0
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰকাশ কৰা পুৰুষৰ টি-২০ ৰেংকিঙত বেটছমেনৰ তালিকাত ভাৰতৰ প্ৰতিভাশালী বেটছমেন তিলক বৰ্মাই দ্বিতীয় স্থানত উপনীত হৈছে, আনহাতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে...

২৮ জানুৱাৰীত ৰাজকোটত ভাৰত-ইংলেণ্ডৰ তৃতীয় টি-২০

0
সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৰাজকোটত কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ খেল খেলিব। ভাৰতীয় দলটোৱে ইয়াৰ বাবে দেওবাৰে নিশা পলমকৈ ৰাজকোটত উপস্থিত হয়, য'ত...

১২ বছৰৰ পিছত ৰঞ্জী ট্ৰফী খেলিবলৈ সাজু বিৰাট কোহলী

0
ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০১২ চনৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰথমখন খেল খেলিবলৈ সাজু হৈছে। তেওঁ ৩০ জানুৱাৰীৰ পৰা ইয়াত ৰেলৱেৰ বিৰুদ্ধে হ'বলগীয়া দিল্লীৰ...

খো-খো বিশ্বকাপৰ বাবে সাজু ৰাজধানী দিল্লী

0
দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খো-খো বিশ্বকাপৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইফালে খো-খো বিশ্বকাপৰ সময়সূচীও ঘোষণা কৰা হৈছে। এই বিশাল অনুষ্ঠানটো...

আইচিচি টেষ্ট ৰেংকিংৰ তৃতীয় স্থানত ভাৰত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই ১-৩ত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে, ভাৰতীয় দলটো শেহতীয়া আইচিচি...

জুনত পৰৱৰ্তী টেষ্ট শৃংখলা খেলিব টীম ইণ্ডিয়াই

ভাৰতে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন টেষ্ট শৃংখলা খেলে। য'ত ভাৰতীয় দলটোৱে ১-৩ ৰ পৰাজয়ৰ সন্মুখীন হয়। এই শৃংখলাত পৰাজয়ৰ সৈতে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট...

ঋষভ পণ্টৰ অৰ্ধশতকৰে ছিডনী টেষ্টত ভাৰতৰ ১৪৫ ৰানৰ অগ্ৰগতি

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত হোৱা টেষ্ট মেচৰ দ্বিতীয় দিনা ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰে। ভাৰতে প্ৰথমে অষ্ট্ৰেলিয়াক ১৮১ ৰানত অলআউট কৰে, আৰু তাৰ...

Latest article

বাজাজ এলিয়াঞ্জে তৎক্ষণাত, বাধাহীন জলবায়ুৰ বিপদাশংকা আৱৰণৰ বাবে আগবঢ়াইছে ক্লাইমেটছেফ

বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ...

পহিলা মে’ত গুৱাহাটীত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান

0
ৰাজ্যৰ এজন বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সমাজকর্মী তথা মানৱ অধিকাৰৰ অগ্ৰণী প্ৰৱক্তা ,  অধ্যপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে'ত অধ্যাপক...

বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ কৰিছে এক সমীক্ষা...

দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...