মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁৱৰ দুই শতাধিক লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ

0
উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এলানি কৰ্মশালাত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ আৰু অসমৰ যোৰহাট...

মেট্ৰিক পৰীক্ষাৰ এটা প্ৰশ্নকলৈ বিতৰ্ক

0
বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষা। প্ৰশ্নকাকতখন আছিল ৬৩ পৃষ্ঠাৰ। তাৰে ৫৭ নং প্ৰশ্নটোক লৈ এতিয়া চলিছে বিতৰ্ক। সামজিক মাধ্যমত ভিন্ন জনক ভিন্ন...

এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ

0
দুদিনীয়া 'এডভাণ্টেজ আছাম ২.০' সম্পন্ন হৈছে। সম্পন্ন হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে দুদিনীয়া 'এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন'ৰ...

২.৭৫ লাখ কোটি টকাৰ ২৭০ খন বুজাবুজি চুক্তি স্বাক্ষৰ

0
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে দুদিনীয়া ব্যৱসায় সন্মিলনৰ সময়ত প্ৰায় পাঁচ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আহে। ৰিলায়েন্স, আদানি, বেদন্ত আৰু...

এডভান্টেছ আছাম ২.০ ৰ আজি শেষ দিন

0
দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হোৱা এডভান্টেছ আছাম ২.০ ৰ আজি শেষ দিন। সন্মিলনৰ প্ৰথম দিনটোত দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অসমত কোটি কোটি টকা বিনিয়োগ কৰে।আজি এডভান্টেজ...

এখন ৫০০বছৰীয়া ঐতিহাসিক শিৱ থান

0
উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত আছে ৫০০ বছৰীয়া ঐতিহাসিক থান । ইছলামধৰ্মী লোকৰ তত্ত্বাবধানত থকা থানখনত প্ৰতি বছৰেই উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি । উত্তৰ গুৱাহাটী...

ADVANTAGE ASSAM 2.0-এ অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনা!

0
ADVANTAGE ASSAM 2.0-এ অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনা!প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে উদ্যোগপতিৰ সৈতে হাজাৰ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ।কাৰ সৈতে কিমান কোটি টকাৰ চুক্তি সম্পন্ন কৰিলে ৰাজ্য...

এডভান্টেজ আছাম ২.০ত অংশ লবলৈ অহা অতিথিৰ ভ্ৰমণ কাজিৰঙা

0
২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়কৈ গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম ২.০। এই বৃহৎ বিনিয়োগ মেলাত অংশ ল'বলৈ ইতিমধ্যে বহু অতিথি গুৱাহাটীত আহি উপস্থিত হৈছে।...

ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব ৬০ দেশৰ ৰাষ্ট্ৰদূতসকল

0
'ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে । চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব এই...

টাইম আলোচনীৰ “উইমেন অব দ্য ইয়েৰ ২০২৫” তালিকাত স্থান পূর্ণিমা দেৱী বৰ্মনৰ

0
ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিলে হাড়গিলা সংৰক্ষণৰ সৈতে জড়িত পূর্ণিমা দেৱী বৰ্মনে। তেওঁ পুনৰ জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে সংৰক্ষণবিদ...

Latest article

এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জনৰ কথা ঘোষণা টাটা নিউ আৰু এইচডিএফচি বেংকৰ

টাটা নিউ আৰু এইচডিএফচি বেংকে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা ঘোষণা কৰিছে : টাটা নিউ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডে জাৰি কৰা কাৰ্ডে ২...

কেঁচা বুটৰ উপকাৰীতাৰ কথা জানেনে

আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে।কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ...

দাম কমিল বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য

প্ৰতি মাহৰ দৰেই চৰকাৰী তেল কোম্পানীসমূহে LPG চিলিণ্ডাৰৰ মূল্য় আপডেট কৰিছে । এই মূল্য়ৰ তালিকা আজিৰ পৰা অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ।...