ভাৰতৰ পৰা শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ বিচাৰিব বাংলাদেশে
বাংলাদেশৰ কাৰ্যকৰী প্ৰধান তথা নবেল বঁটা বিজয়ী মুহাম্মাদ ইউনুছে দেওবাৰে দেশবাসীক সম্বোধন কৰি কয় যে তেওঁৰ চৰকাৰে ভাৰতৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ...
১০ দিনত গুৱাহাটী বিমানবন্দৰত ১.৭৪ লাখ যাত্ৰীৰ আহ-যাহ
লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় (এলজিবিআই) বিমানবন্দৰে ৬ নৱেম্বৰৰ পৰা ১০ দিনত ১.৭৪ লাখ যাত্ৰীৰ আহ-যাহ হয়।আদানি গ্ৰুপ নিয়ন্ত্ৰিত বিমানবন্দৰে এক বিবৃতিত কয়-গুৱাহাটীৰ এলজিবিআই বিমানবন্দৰে...
শান্তি চুক্তিৰ পিছত বড়ো ভূমিত উন্নয়নৰ ঢৌ বলিছে: নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঐতিহাসিক ২০২০ চনৰ শান্তি চুক্তিৰ পিছত হিংসা পৰিহাৰ কৰি শান্তিৰ পথত খোজ দিয়াৰ বাবে বড়ো সম্প্ৰদায়ক প্ৰশংসা কৰি কয় যে...
মেঘালয়ৰ বিদ্ৰোহী গোট এইচএনএলচিক নিষিদ্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে
কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে মেঘালয়স্থিত বিদ্ৰোহী গোট হাইনিভট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলক (এইচএনএলচি) হিংসাত লিপ্ত হোৱা আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বিপৰীতে কাৰ্যকলাপ চলোৱাৰ বাবে পাঁচ...
২০২৪ৰ ১০ মাহত গুৱাহাটীত ১৬০ টা দলীয় ডকাইতি, ১,৭৪২ টা চুৰিৰ ঘটনা
ৰাজধানী গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। স্মার্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা।...
খোৱা খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি ৬.২১ শতাংশলৈ বৃদ্ধি
খোৱা খাদ্যৰ মূল্য দ্ৰুত হাৰত বৃদ্ধিৰ বাবে খুচুৰা মুদ্ৰাস্ফীতি অক্টোবৰত ৬ শতাংশৰ পৰা ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ ২০২৪-ত, খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৪৯...
অভিযুক্তৰ ঘৰ বুলডোজাৰৰে ধ্বংস কৰাটো সংবিধানবিৰোধী: উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশতে বুলডোজাৰ কাৰ্যৰ ওপৰত এটা গুৰুত্বপৰ্ণ ৰায় দিছে। আদালতে উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰা বুলডোজাৰ কাৰ্যকলাপ সন্দৰ্ভত এক তীব্ৰ মন্তব্য কৰি...
দেশৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সঞ্জীৱ খান্নাৰ
ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ...
বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি
অক্টোবৰৰ সময়ছোৱাত বিশ্ববজাৰত খাদ্যৰ মূল্য যথেষ্ট বৃদ্ধি পায়, যাৰ ফলত বিশ্বব্যাপী খাদ্য সূচক যোৱা ১৮ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি...
উচ্চতম ন্যায়ালয়ৰ নতুন বিচাৰপীঠে শুনানী গ্ৰহণ কৰিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গোচৰ
উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু স্থিতি সম্পৰ্কীয় বিষয়টো এখন নতুন বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৬৭ চনৰ ৰায়টো খাৰিজ কৰে, য'ত...