উত্তৰ-পূৱ
জম্মু-কাশ্মীৰত বন্ধ কৰি দিয়া হ’ল ৪৮ টা পৰ্যটনস্থলী
জম্মু-কাশ্মীৰত বন্ধ কৰি দিয়া হ'ল ৪৮ টা পৰ্যটনস্থলী। পহলগাম ঘটনাৰ পাছত পুনৰ উপত্যকাটোত সক্ৰিয় হৈ পৰিছে শ্লিপাৰ চেল। যাৰ পাছত চৰকাৰে পৰ্যটনস্থলী বন্ধ কৰাৰ...
জীৱন শৈলী
স্বাস্থ্য
আপোনাৰো ঘিউ প্রিয় নেকি
আপোনাৰো বাৰু ঘিউ প্রিয় নেকি?তেন্তে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে।আজি জানিব পাৰিব ঘিঁউৰ উপকাৰী আৰু অপকাৰী গুণৰ বিষয়ে।
এই সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয় জানো আহক।ঘিউৰ...
মনোৰঞ্জনৰ
বলীউডৰ প্ৰিয় দম্পতী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই দিলে ভাল খবৰ
বলীউডৰ প্ৰিয় দম্পতীৰ ভিতৰত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ যুটী অন্যতম।
২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োবিবাহ পাশত আৱদ্ধ হয়।
বিবাহৰ দুবছৰ সম্পূৰ্ণ কৰাৰ পিছত...
ক্ৰীড়া
Most popular
পুনৰ অৰ্থনৈতিক অৱৰোধ
অৰ্থনৈতিক অৱৰোধ ৷ পাকিস্তানলৈ চেনী, ড্ৰাই ফ্ৰুইটছকে ধৰি বিভিন্ন সামগ্ৰী ৰপ্তানি নকৰাৰ সিদ্ধান্ত লৈছে ইন্দোৰৰ ব্যৱসায়ী সন্থাই ।মধ্যপ্ৰদেশৰ অৰ্থনৈতিক ৰাজধানীৰ পৰাও পাকিস্তানৰ বিৰুদ্ধে আহিছে...
পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ লগত সংঘৰ্ষ
পুনৰ জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হৈছে মুখামুখি সংঘৰ্ষ। উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলিছে এই সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত শ্বহীদ...
কাইলৈ চিএছকেৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখন শুকুৰবাৰে তেওঁলোকৰ আশা সজীৱ ৰখাৰ বাবে এক আমোদজনক...
উত্তৰ-পূৰ্বাঞ্চলত এংকৰ অৰেল কেয়াৰৰ সম্প্ৰসাৰণ, অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি
এংকৰ অৰেল কেয়াৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰি দুটা নতুন অভিযান— “লাল। কমাল। বেমিছাল।” আৰু “নয়ে জামানে কী নয়ী...
ব্যৱসায়
বেনেলি। কীৱে। ম’ট’ ভল্ট ইণ্ডিয়াই লখিমপুৰত মুকলি কৰিলে নতুন শ্ব’ৰুম
বেনেলি। কীৱে। ম'ট' ভল্ট ইণ্ডিয়াই লখিমপুৰত মুকলি কৰিলে দেশৰ ৬৭সংখ্যক ডিলাৰশ্বিপ। নতুন ডিলাৰশ্বিপৰ ঠিকনা হৈছে, ১৫ নং ৱাৰ্ড, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, উত্তৰ লখিমপুৰ,...
ৰিলেক্সো ফুটৱেয়াৰ্ছ লিমিটেডৰ ব্ৰেণ্ড বাহামাছে মুকলি কৰিলে শেহতীয়া বাচকবনীয়া কেজুৱেল জোতা সংগ্ৰহসমূহ
ভাৰতৰ সৰ্ববৃহৎ জোতা নিৰ্মাতা প্ৰতিষ্ঠান ৰিলেক্সো ফুটৱেৰ্ছ লিমিটেডৰ ব্ৰেণ্ড বাহামাছে নিজৰ শেহতীয়া নৈমিত্তিক জোতাৰ সংগ্ৰহসমূহ মুকলি কৰিছে যিয়ে সৃষ্টিশীল অভিব্যক্তিৰ সৈতে আৰামক সমানে মিশ্ৰণ...
ভেটিকানত পোপ ফ্ৰান্সিছৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভেটিকানত পোপ ফ্ৰান্সিছৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু ভাৰত চৰকাৰ তথা ভাৰতৰ জনসাধাৰণৰ হৈ সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আছিল...
বাজাজ এলিয়াঞ্জে তৎক্ষণাত, বাধাহীন জলবায়ুৰ বিপদাশংকা আৱৰণৰ বাবে আগবঢ়াইছে ক্লাইমেটছেফ
বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ...
বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ কৰিছে এক সমীক্ষা...
দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...
প্রযুক্তি
আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ
উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন...
ভ্ৰমণ
বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ...
দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...