ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’।
৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজা পৰ্যন্ত ড্ৰাই ডে’ ঘোষণা।
এই সময়চোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপনী।
৪ মে’ৰ ভোট গণনাৰ দিনটোত কামৰূপ (ম) জিলাত ড্রাই ডে’।
৪ মে’ত গণনা সম্পূর্ণ নোহোৱা পর্যন্ত জাৰি নিৰ্দেশনা।
থলুৱা সুৰাৰ কাৰখানাও বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ (ম) জিলাত।
নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব প্ৰশাসনে।
