APSC কেলেংকাৰিৰ ২গৰাকী ৰাজপত্ৰিত বিষয়াক আটক৷ ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক আটক৷ আটকাধীন দুয়োজন অতিৰিক্ত আৰক্ষী অধীক্ষক৷ গুৱাহাটীত দুয়োকে জেৰা SITৰ৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত আছিল দুয়োৰে নাম৷
বক্ৰপথেৰে চাকৰি লৈ বৰ্তমানো ৩২ বিষয়া তদন্তৰ আওতাত৷অসম অসামৰিক সেৱাৰ অভিযুক্তসকল-ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ত্ৰিদীৱ ৰায়, বিক্ৰমাদিত্য বৰা,ধীৰাজ কুমাৰ জৈন, আকাশী দুৱৰা৷ অসম আৰক্ষী সেৱাৰ অভিযুক্তসকল- দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, কুলপ্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, পুস্কল গগৈ, সুকন্যা দাস, ৰুমী তিমুংপি, অমিতৰাজ চৌধুৰী, অসীমা কলিতা, ৰাকেশ দাস, অনলজ্যোতি দাস, ঋতুৰাজ দলে, জগদীশ ব্ৰহ্ম, হিতেশ মজুমদাৰ, সৌৰভ কুমাৰ ভট্টাচাৰ্য, নন্দিনী কাকতি, নন্দিতা হাজৰিকা, সৌৰভপ্ৰাণ শৰ্মা (আবকাৰী পৰিদৰ্শক)৷ কৰ পৰিদৰ্শক বৰকিৰি তেৰাং, জয়ন্ত দলে, কৰ পৰিদৰ্শক প্ৰিয়ংকা ডেকাও তদন্তৰ আওতাত৷ বিকাশ শৰ্মা (সহকাৰী সমবায় পঞ্জীয়ক), চক্ৰধৰ ডেকা (সহকাৰী সমবায় পঞ্জীয়ক),গীতাৰ্থ বৰুৱা (সহকাৰী নিয়োগ বিষয়া)৷