আকৌ অসমলৈ আহিব আনন্দ মিশ্ৰ। পিছে এইবাৰ তেওঁ আৰক্ষী বিষয়াৰ ৰূপত অসমলৈ নাহে।৩দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব আনন্দ মিশ্ৰ।
৫ এপ্ৰিলত তিনিচুকীয়াত চলাব নিৰ্বাচনী প্ৰচাৰ।
৬ এপ্ৰিলত লখিমপুৰত আৰু ৭ এপ্ৰিলত নগাঁৱত প্ৰচাৰ চলাব আনন্দ মিশ্ৰই।