২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা।
২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি।
প্ৰবৃত্তিৰ লগে লগে তিনিদিন ধৰি বন্ধ হৈ পৰিব কামাখ্যাৰ দুৱাৰ।
২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতে খোল খাব শক্তিপীঠৰ দুৱাৰ।
ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ।
