প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱা শিক্ষার্থীয়ে কি অধ্যয়ন কৰিব সেই কথা জনাটো সমগ্ৰ প্ৰক্ৰিয়াৰ এটা অংশহে মাত্র। তেওঁলোক বর্তমান কোনটো পর্যায়ত আছে, কোনটো দিশত উন্নত প্রদর্শন দাঙি ধৰিছে আৰু ক’ড উন্নতি কৰিব লাগিব সেই কথা উপলব্ধি কৰাটোও সমানেই গুৰুত্বপূর্ণ। প্রস্তুতি আৰু আত্মসচেতনতাৰ মাজৰ এই ব্যৱধানটোৱেই বিগত ১৬ বছৰ ধৰি সমাধান কৰিব বিচাৰিছে আকাশ ৰাষ্ট্ৰীয় প্রতিভা সন্ধানী পরীক্ষাই (ANTHE)।
আৰম্ভণিৰ পৰাই ANTHE ত ১ কোটিৰো অধিক ছাত্র-ছাত্রীয়ে নাম পঞ্জীয়ন কৰাৰ লগে লগে এই পৰীক্ষাটো ভাৰতৰ অন্যতম বৃহৎ আৰু দীর্ঘদিনীয়া ছাত্র মূল্যায়ন মঞ্চলৈ পৰিণত হৈছে। প্রতিভা চিনাক্তকৰণৰ পদক্ষেপ হিচাপে আৰম্ভ হোৱা এই পৰীক্ষা এতিয়া এটা গাঁথনিগত শৈক্ষিক মানদণ্ডলৈ বিকশিত হৈছে, যিয়ে ছাত্র-ছাত্রীসকলক তেওঁলোকৰ প্ৰস্তুতি মূল্যায়ন কৰাত, তেওঁলোকৰ প্রতিযোগিতামূলক সম্ভাৱনাক বুজি উঠাত আৰু আগত যাত্ৰাৰ বাবে এক শক্তিশালী ভেটি গটি ভোলাভসহায় কৰে।
কেরল চূড়ান্ত হ’বৰ অধিযাত কর্মক্ষমতা জুখিব পৰা মূল্যায়নৰ বিপৰীতে ANTHEক এটা বিস্তৃত। বৈজ্ঞানিকভারে গঠন কৰা নিদানমূলক মূল্যায়ন হিচগে ডিজাইন কৰা হৈখে। প্রতিটো প্রশ্ন উদ্দেশ্য-প্রাণাদিত আৰু নিবিষ্ট ধাৰণা আৰু দক্ষতাৰ দৈতে প্রস্তুত কৰা হয়, যাৰ মূলত এই পৰীক্ষাই विययन काল, যোগ্যতা, বিশ্লেষণাত্মক ক্ষমতা আর পরীক্ষাৰ আচৰণৰ ক্ষেত্রত দাত-মায়ীর মূল্যায়ন কৰিব পাৰে। ইয়াৰ মূলত মাত্র-ছাত্রীসকলে তেওঁলোকৰ প্রস্তুতি এটা সংখ্যাত স্বীমাবদ্ধ নকৰি তেওঁলোকৰ প্রদর্শনৰ বিষয়ে অধিক অর্থপূর্ণ জ্ঞান লাভ কৰে।
এই আগতীয়া মূল্যায়নৰ গুৰুত্ব ৰাষ্ট্ৰীয় প্রতিযোগিতামূলক পৰীক্ষাত উন্নত ফলাফল লাভ কৰিবলৈ আগবাঢ়ি যোৱা শিক্ষার্থীসকলৰ যাত্ৰাতো প্রতিফলিত হৈাচ্ছে। নীট ইউ জি ২০২৬ত শীর্ষ ১০০ৰ ভিতৰত স্থান লাভ কৰা আকাশৰ ৪১ গৰাকী শিক্ষার্থীৰ ভিতৰত ৩১ জলেই পূর্বে ANTHE ৰ জৰিয়তে যোগ্যতা অর্জন কৰিছিল। একেদৰে জে ইই এডভান্সড ২০২৬তো দীর্ষ ১০০ জেইই এডভান্সৰ ১১ গৰাকীৰ ভিতৰত ৭ গৰাকীযেই আছিল ANTHE ৰ। এই ফলাফলসমূহে শিক্ষার্থীৰ প্রতিযোগিতামূলক যাত্রাত আগতীয়াকৈ চিনাক্তকৰণ, গাঁথনিগত শৈক্ষিক প্রস্তুতি আৰু স্থায়ী নির্দেশনাই ল’ব পৰা ভূমিকাক আলোকপাত কৰে।
ANTHE ৰ তাৎপৰ্য্য সন্দর্ভত ভাষণ দি আকাশ এডুকেচলেল ছার্ভিচেজ লিমিটেড (AESL)ৰ পৰিচালন সঞ্চালক আৰু মুখ্য কার্যবাহী বিষয়া চন্দ্র শেখৰ গাৰিদা বেষ্ট্ৰীয়ে কয়, “আমাৰ বাবে ANTHE কেৱল ছাত্ৰৰ যোগ্যতা নির্ধাৰণ কৰা পৰীক্ষা নহয়। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষার্থীসকলক সঠিক নির্দেশনাই অর্থপূর্ণ পৰিৱৰ্তন আনিব পৰা এটা পৰ্যায়ত নিজৰ শৈক্ষিক সম্ভাৱনা বুজিবলৈ সহায় কৰা। ১৬ বছৰৰ ভিতৰত এক কোটিতকৈ অধিক শিক্ষার্থীয়ে ANTHEক নিজকে বেঞ্চমার্ক কৰাৰ সুযোগ হিচাপে বিশ্বাস কৰিছে। এগৰাকী শিক্ষার্থীয়ে লাভ কৰা নম্বৰৰ লগতে শিক্ষার্থীগৰাকীৰ প্ৰদর্শনে তেওঁলোকক তেওঁলোকৰ শক্তি, তেওঁলোকৰ প্ৰস্তুতি আৰু তেওঁলোকে কাম কৰিবলগীয়া ক্ষেত্ৰসমূহৰ বিষযে কি কয় তাৰ ওপৰতো সমানেই গুৰুত্ব দিয়াৰ বাবেই মূল্যবান এই পৰীক্ষা। আমি বিচাৰো যে ANTHE ত অংশগ্ৰহণৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষার্থীয়ে নিজৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে অধিক স্পষ্ট ধাৰণা লাভ কৰাৰ লগতে ভৱিষ্যতৰ বাবে অধিক সুচিন্তিত আৰু সুনির্দিষ্ট পথৰ সন্ধান লাভ কৰক।”
এই পৰীক্ষাৰ গুৰুত্ব কেৱল পৰীক্ষাত অৱতীৰ্ণ হোৱাতেই সীমাবদ্ধ নাথাকি ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল আৰু বিশ্লেষণলৈকে বিস্তৃত। প্রতিজন ANTHE অংশগ্ৰহণকাৰীয়ে এক বিশদ ‘ANTHE ইন্টেলিজেন্স ৰিপ’ৰ্ট’ লাভ কৰে, যাক পৰীক্ষাৰ প্ৰদৰ্শনক ব্যৱহাৰিক আৰু শৈক্ষিক অন্তর্দৃষ্টিলৈ ৰূপান্তৰ কৰিবলৈ ডিজাইন কৰা হৈছে। প্রতিবেদনখনে শিক্ষার্থীসকলৰ বিষয়ভিত্তিক শক্তি আৰু অধিক মনোযোগৰ প্রযোজনীয়তা থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰে, লগতে প্রতিযোগিতামূলক পৰীক্ষাৰ প্রত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ তেওঁলোক কিমান সাজু সেই বিষয়েও এক দৃষ্টিভংগী প্ৰদান কৰে
রতিবেদনত এভোগবাড়ী বিস্তার্থীর প্রদর্শনক ডিজিটা সুকীয়া দিশ বিশ্লেষণ করা হヨー (TTP) আৰু উত্তৰ দিয়ার কৌশলগত দক্ষতা (AIQ) । ইংল্যাক মামবাতী নিষ্ক্রার্থীীয় প্রতিযোগিতামূলক পর্বীপ্তার সাফল্যৰ সম্ভাৱনা (CESP), नदीका दिया मानभिका वा वाক্তिত্ব গর্বীপ্তার র্যাব কেনেদৰে প্রস্তুতি চলাইছে তাৰ এক বহল দৃষ্টি ভাব। উদ্ধয়া আচৰণ আৰু প্রচেষ্টা, সঠিকতা আৰু বিদদৰ মাজত তেওঁলোক বক্তाई थाहाমামালৈকে। আৰু প্রতিযোগিতামূলক প্রত্যাহানসমূহ চত্তালিব পৰা অমতাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰীক্ষাৰ
ইয়াৰ ফলত ANTHE (করল ইতিমধ্যে ডেস্ট্রই নাইবা নীটৰ বাবে প্রস্তুতি চলোৱা ছাত্র-ছাত্রীৰ বাবেই নহয়, শৈল্পিক যাতাৰ পূৰ্বৰ পৰ্যায়ত থকা শিল্পার্থীসকলৰ বাবেও প্রামাণিক হৈ পৰে। বাষ্ট্রীয বেঞ্চমার্কিংঙৰে শিষ্কাৰ্থীসকলে সমগ্র ৰাজ্য আৰু দেশৰ আন শিক্ষার্থীৰ তুলনাত তেওঁলোকৰ অবস্থান বুজিব পাৰে। এই মূল্যায়নৰ জৰিয়তে তেওঁলোকে প্রতিযোগিতামূলক পরীক্ষার প্রেক্ষাপটত নিজৰ প্রদর্শন চোৱাৰ সুযোগ পায় আৰু আগবাঢ়ি যোৱাৰ লগে লগে প্রদর্শন উন্নত কৰিবলগীয়া (ক্ষত্রসমূহ চিনাক কৰিব পাৰে
ANTHE ৰ মূল উদ্দেশ্য এই বিশ্বাসৰ ওপৰত আধাৰিত যে মূল্যায়নে কার্যাৰ সুচনা কৰিব লাগে। এগৰাকী শিক্ষার্থীৰ ফলাফলত তেওঁলোকে কিমান ভাল প্রদর্শন কৰিলে, কেরল সেই কথাই উল্লেখ থাকিব নালাগে। ইয়াৰ বিপৰীতে তেওঁলোক কি কামত ভাল, ক’ত আৰু ভাল কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত কি বিষয়ত মনোনিৱেশ কৰিব লাগে তাৰ উত্তৰ দিয়াত সহায় কৰিব লাগে। শৈক্ষিক মূল্যায়ন, প্রতিযোগিতামূলক প্রস্তুতি আৰু পৰীক্ষাৰ আচৰণক একত্ৰিত কৰি, ANTHE-ও ছাত্র-দাত্রীসকলে তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ আটাইতকৈ দাবীদাৰ পৰ্যায়ত উপনীত হোৱাৰ বহু আগতেই এই বুজাবুজিক সুলভ কৰি তোলাৰ লক্ষ্য লৈছে।
ANTHE ৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াৰ মাধ্যমে লাভ কৰা জলপানি বা বৃত্তি, যাৰ ফলত প্রাপ্য ছাত্র-ছাত্ৰীসকলে আকাশৰ শ্ৰেণীকোঠা, হাইব্রিড আৰু ডিজিটেল কাৰ্যসূচীত প্ৰৱেশ কৰিব পাৰে। ANTHE 2026 ৰ বাবে ছাত্র-ছাত্রীসকলে প্রযোজ্য নাদকাঠী অনুসৰি ১০০% পর্যন্ত বৃত্তি লাভ কৰিব পাৰিব, লগতে শীর্ষ প্রদর্শনকাৰীৰ বাবে ২.৫ কোটি টকাৰ নগদ ধলৰ পুৰন্ধাৰো লাভ কৰিব পাৰিব। পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই পৰীক্ষা অনলাইন আৰু অফলাইন দুয়োটা ফর্মেটত অনুষ্ঠিত হ’ব।
সমগ্ৰ দেশৰ অফিচিয়েল ANTHE পর্টেল আৰু আকাশ কেন্দ্ৰৰ জৰিয়তে আৰম্ভ হৈছে ANTHE ২০২৬ৰ পত্রীযন। ২০২৬ৰ ২৭ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১, ২৫ অক্টোবৰ আৰু ১ নৱেম্বৰত অনুষ্ঠিত হ’ব অফলাইন পৰীক্ষা।
