ADVANTAGE ASSAM 2.0-এ অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনা!

9


ADVANTAGE ASSAM 2.0-এ অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনা!
প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে উদ্যোগপতিৰ সৈতে হাজাৰ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ।
কাৰ সৈতে কিমান কোটি টকাৰ চুক্তি সম্পন্ন কৰিলে ৰাজ্য চৰকাৰে?
টাটা পাৱাৰ সৈতে ৩০ হাজাৰ কোটি টকাৰ চুক্তি কৰিলে চৰকাৰে।
সৌৰ, বতাহ, জলবিদ্যুৎ ক্ষেত্ৰত ৩০ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ।
টাটাই অসমত নিৰ্মাণ কৰিব মোবাইল আৰু ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণ উদ্যোগ।
অহা ৫ বছৰত অসমত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে।
আম্বানীৰ বিনিয়োগত অসমৰ ১০ হাজাৰ যুৱক-যুৱতীয়ে পাব সংস্থাপন।
অসমত সপ্ততাৰকাযুক্ত OBEROI হোটেল‌ স্থাপন কৰিব ৰিলায়েন্সে।
অসমৰ বয়ন শিল্পৰ লগত জড়িত হ’ব আম্বানীৰ ৰিলায়েন্স।
AI আৰু প্ৰযুক্তিবিদ্যাতো অসমত বিনিয়োগ কৰিব ৰিলায়েন্সে।


বায়’গেছ উত্পাদনতো বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে।
আম্বানীয়ে অসমত গঠন কৰিব মেগা ফুড পাৰ্ক।
অসমত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব আদানি গ্ৰুপেও।
বিমানবন্দৰ, চিমেণ্ট, ট্ৰানমিছন, গ্ৰীন এনাৰ্জীত বিনিয়োগ কৰিব আদানিয়ে।


ৰিনিউৱেল এনাৰ্জীৰ ক্ষেত্ৰত এচাৰ গ্ৰুপৰ সৈতে ২১০০ কোটি টকাৰ চুক্তি।
ৰাজ্য চৰকাৰৰ ২৩,৩০০ কোটি টকাৰ চুক্তি সম্পন্ন অইলৰ সৈতে।
NRLৰ সৈতে ১০,৭০০ কোটি টকাৰ চুক্তি সম্পন্ন কৰিলে ৰাজ্য চৰকাৰে।
লীলাৱতী ফাউণ্ডেচনে চৰকাৰৰে সম্পন্ন কৰিলে ১৫০ কোটি টকাৰ চুক্তি।
অসমত মাল্টি-স্পেচিয়েলিটী হাস্পতাল স্থাপন কৰিব লীলাৱতী ফাউণ্ডেচনে।
Singapore Ministry of Trade And Industryৰেও চুক্তি স্বাক্ষৰ চৰকাৰৰ।
অসমত জাপানী ভাষা কেন্দ্ৰ স্থাপন কৰিব জাপান ASEAN One Co. Ltd-এ।


ৰিনিউৱেল এনাৰ্জী, থাৰ্মেল এনাৰ্জীৰ ক্ষেত্ৰত JSWৰ সৈতে ৭০০০ কোটিৰ চুক্তি।
পানীৰ টেংক, পাইপ নিৰ্মাণৰ বাবে Welspun Worldৰ সৈতে ৩৫০ কোটিৰ চুক্তি।
গ্ৰীনকো এলাৰ্জিছ Pvt. Ltdৰ সৈতে ৫৮৫০ কোটিৰ স্বাক্ষৰ ৰাজ্য চৰকাৰৰ।
অসমত ৯০০ মেগাৱাটৰ শক্তি সঞ্চয় কেন্দ্ৰ স্থাপন কৰিব গ্ৰীনকো এলাৰ্জিছে।