প্ৰায় ৮ বছৰৰ মূৰকত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ড চূড়ান্ত ৰায় দিলে । আদালতৰ ৰায়ক লৈ সন্তুষ্ট নহয় অভি-নীলৰ পিতৃ ৷এই নৃশংস হত্যাকাণ্ডত আদালতে ২০ জনক দোষী সাব্যস্ত কৰিছে । ২৪ এপ্ৰিলত দোষীসকলৰ শাস্তি ঘোষণা কৰা হ’ব। আদালতৰ এই ৰায়ৰ পিছতে অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে কিছু সকাহ পাইছে ।
