১৬ নৱেম্বৰত মুকলি হ’ব ৮৬৯ খন বিচনা যুক্ত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়। নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিছে নিৰ্মাণ কাৰ্য। একেটা চৌহদতে থাকিব চিকিৎসকৰ বাবে আৱাস গৃহ । চিকিৎসালয়খনৰ অগ্ৰগতিৰ সোমবাৰে বুজ লয় মন্ত্ৰী অশোক সিংঘালে।
জিএম চি এইচ পুণৰ নিৰ্মাণৰ বাবে এম এম চি এইচ লৈ স্থানান্তৰ কৰা হ’ব কেইবাটাও বিভাগ।
