ৰনবীৰ কাপুৰৰ দৰে দেখাত হুবহু জনপ্ৰিয় কাশ্মীৰি মডেল জুনেইদ শ্বাহৰ মৃত্যু।

140

অতিকে জনপ্ৰিয় কাশ্মীৰি মডেল জুনেইদ শ্বাহৰ মৃত্যু। অভিনেতা ৰনবীৰ কাপুৰৰ দৰে হুবহু মুখাবয়ৱ থকা বাবে অতিকে জনপ্ৰিয় হৈ পৰিছিল জুনেইদ।
প্ৰায়ে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল জুনেইদ। আনকি ৰনবীৰ আৰু পিতৃ ৠষি কাপুৰো আচৰিত হৈছিল জুনেইদক দেখি।
কাশ্মীৰৰ শ্ৰীনগৰ স্থিত ইলাহী বাগৰ বাসগৃহত মৃত্যু হয় জুনেইদৰ। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৰনবীৰ হুবহু মুখাবয়ৱৰ।
উল্লেখ্য যে ৰনবীৰ কাপুৰৰ দৰে দেখাত হুবহু হোৱা বাবে ছচিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় আছিল জুনেইদ। জুনেইদৰো অনুৰাগীৰ সংখ্যা বহুত আছিল।
অভিনেতা ৰনবীৰ কাপুৰৰ অবিকল মুখাবয়ৱ জুনেইদ শ্বাহৰ মৃত্যু