২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা

310

২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা।

বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।

ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব মেচ।

ICC-এ ঘোষণা কৰিলে এই সময়সূচী।

মহিলা T20 বিশ্বকাপত মুঠ ১০ টা দলৰ অংশগ্ৰহণ।

২০ অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ ।