হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী

316

হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী।

After Dark নামৰ এখন বাৰৰ স্বত্বাধিকাৰী আব্দুল ৰজ্জাক।

বাৰখন আৰম্ভৰ সময়ত ভিন্ন ব্যৱসায়ীক অংশীদাৰ বনাই ধন সংগ্ৰহ ।

সম্প্ৰতি বাৰখন বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছিল আব্দুলে।

তাৰ পাছতে আব্দুলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত গোচৰ ব্যৱসায়ীসকলৰ।