সুশান্ত সিং মৃত্যুকাণ্ডৰ চিবিআই তদন্ত: ৰিয়া চক্ৰৱৰ্তীসহ কেইবাজনো ঘনিষ্ঠৰ বিৰুদ্ধে গোচৰ ৰুজু

94

● অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যু কাণ্ডৰ চিবিআই তদন্ত আৰম্ভ।
● অভিনেতাজনৰ ঘনিষ্ঠ কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ।
● সুশান্ত সিঙৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধেও চিবিআইয়ে ৰুজু কৰিছে গোচৰ।
● ইন্দ্ৰজিত চক্ৰৱৰ্তী, সন্ধ্যা চক্ৰৱৰ্তী আৰু শৌৱিক চক্ৰৱৰ্তীৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ।
● গোচৰ ৰুজু কৰা হৈছে চেমুৱেল মিৰাণ্ডা আৰু শ্ৰুতি মোডীৰ বিৰুদ্ধে।
●উল্লেখ্য যে সুশান্ত সিং মৃত্যু কাণ্ডৰ তদন্তৰ ভাৰ আদালতে অৰ্পণ কৰিছে চিবিআইক।