কোভিড-১৯ক লৈ মানুহৰ মনত যদিও এতিয়া কোনো শংকা নাই, তথাপি এতিয়াও এই ভাইৰাছৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই। বৰ্তমান জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3য়ে ভয়ানক ৰূপ লৈছে। বিগত কিছু সপ্তাহত এই ভেৰিয়েণ্টৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু জাপানত কোভিডৰ ১১সংখ্যক ঢৌৱে বিপজ্জনক ৰূপ লৈছে। জাপানেই নহয়, আমেৰিকাতো কোৰোণাৰ ভেৰিয়েণ্ট FLiRTৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে। বৰ্তমান দেশখনত কোভিড নিয়ন্ত্ৰণত আছে, কিন্তু প্ৰশ্ন হৈছে জাপান আৰু আমেৰিকাৰ কোভিড ভেৰিয়েণ্ট ভাৰতলৈও বিয়পিব পাৰে নেকি?
Latest article
বাজাজ এলিয়ানজ লাইফ ইঞ্চুৰেন্সে মহিলাসকলৰ বাবে আগবঢ়াইছে বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন পলিচী
দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে একান্তভাৱে মহিলাসকলৰ বাবে এক ব্যাপক সুৰক্ষা সমাধান বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন...
ৰাণীত ফুলৰ খেতিৰে পুষ্প বিপ্লৱ আনিছে দম্পতি হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী অঞ্চলৰ এক দম্পতি ক্ৰমে - হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই বৃহত্তৰ ৰাণী অঞ্চলত ফুলৰ খেতিৰে গঢ়ি তুলিছে পুষ্প বিপ্লৱ। বছৰজুৰি...
বিহুৰ স্বকীয় পৰম্পৰাৰ সৈতে এআই চালিত উৎসৱমুখৰ উল্লাসৰ মিশ্ৰণ ছানৰাইজ স্পাইচেছৰ
আইটিচিৰ ছানৰাইজ স্পাইচেছে এই ৰঙালী বিহুত প্ৰযুক্তি-চালিত পদক্ষেপ হাতত লৈছে, এআই-চালিত ইমেজ ফিল্টাৰ মুকলি কৰিছে যিয়ে ব্যৱহাৰকাৰীক পৰম্পৰাগত অসমীয়া সাজ-পোছাকৰে চেল্ফিক সজীৱ, বিহু থিমযুক্ত...