ষ্টাফ ৰিপোৰ্টাৰ, ৫ মে’ : যোৰহাটত অমানৱীয় ঘটনা পোহৰলৈ আহিছে। ঘৰ ভাড়া আদায় দিব নোৱাৰা ভাৰাতীয়াক প্ৰহাৰ কৰা হৈছে। লকডাউনৰ বাবে ঘৰ ভাড়া আদায় দিব পৰা নাছিল ভাড়াতীয়াই। চোকা অস্ত্ৰৰে ভাড়াতীয়াক উপৰ্যুপৰি প্ৰহাৰ কৰাত এজন চিকিৎসাধীন হয়। যোৰহাট চহৰৰ জেইল ৰ’ডত সংঘটিত হ’ল এই চাঞ্চল্যকৰ ঘটনা। মনোজ মণ্ডল, সৰোজ মণ্ডল নামৰ ২ ভাতৃক প্ৰহাৰ ভাড়াঘৰৰ মালিকৰ। ডা০ ইমদাদুল হক হাজৰিকাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ২ ভাতৃ।
Latest article
১২ এপ্ৰিলত পঞ্জাৱ কিংছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শনৰ পিছত জয় অৰ্জন কৰিবলৈ সংগ্ৰাম কৰি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত পঞ্জাৱ কিংছৰ...
বন বিভাগৰ সফল অভিযান
ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি...
এক আজৱ ঘটনা
পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া...