মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰ

207

মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰ।

আকাশতে নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ।

দুৰ্ঘটনাত মালয়ছিয়া নৌসেনাৰ ১০জন জোৱানৰ মৃত্যু।

দুৰ্ঘটনাত পতিত এখন HOM (M503-3) হেলিকপ্টাৰ, Fennec (M502-6)।

নৌসেনাৰ এক সমাৰোহৰ বাবে প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।