মণিপুৰত CKLAৰ দুৰ্ধৰ্ষ নেতাক পিষ্টলসহ আটক…

4920

মণিপুৰৰ চুৰাচান্দপুৰত নিৰাপত্তাৰক্ষীয়ে আটক কৰে চিন কুকি লিবাৰেশ্যন আৰ্মিৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতাক।

আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানৰ সময়তে আটক হয় উগ্ৰপন্থীজন।

অভিযুক্তৰ হাতৰ পৰা জব্দ কৰা হৈছে এটা ৯ এম এম পিষ্টলৰ লগতে ১১টা সজীৱ গুলী।

ধৃত উগ্ৰপন্থীজনৰ নাম হেমখোথাং বাইটে (৪৬) বুলি জানিব পৰা গৈছে।