বৰ্তমান বন্ধ থাকিব কৃষকৰ দিল্লী চলো অভিযান

175

বৰ্তমান বন্ধ থাকিব কৃষকৰ দিল্লী চলো অভিযান। ২৯ ফেব্ৰুৱাৰীলৈ আন্দোলন স্থগিত ৰখাৰ ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ। হাৰিয়ানাৰ গৃহ বিভাগৰ মন্ত্ৰী অনিল বিজৰ বিৰুদ্ধে গোচৰ ৰুজু কৃষকৰ। ৪ ছহিদ কৃষকক মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাব অন্নদাতাই। ২৬ ফেব্ৰুৱাৰীত WTOৰ সৈতে কৃষক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক।