বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত দুটা পৰিয়ালৰ বাসগৃহ। ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি, বহু প্ৰয়োজনীয় নথি-পত্ৰ। কাজিমুদ্দিন, ওমৰ আলী নামৰ লোক দুজনৰ ঘৰত লাগে জুই। স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপণ জুই।
Latest article
অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
শাওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...