বোকাখাতত বানৰ মাজতেই অঘটন

152

বোকাখাতত বানৰ সংহাৰী ৰূপৰ মাজতেই অঘটন।

এটা বান আশ্ৰয় শিবিৰৰ কাষতেই বাঘে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰিলে এজনক।

জানিব পৰা মতে বোকাখাত যোগনীয়া গাঁৱৰ এটা বান আশ্ৰয় শিবিৰৰ কাষৰে এখন ফুটুকানি হাবিত আশ্ৰয় লৈ থকা এটা বাঘে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে যোগনীয়া গাঁৱৰ চহা শিল্পী কুশ বৰাক।