পুনৰ বাৰ্ড ফ্লুৰ সংক্ৰমণ

167

পুনৰ মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ।

পশ্চিমবংগৰ এটি ৪ বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লুৰ সংক্ৰমণ।

২০১৯ৰ পাছত মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ এয়া দ্বিতীয়টো ঘটনা।

বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য।