পুনৰ বন্যহস্তীৰ আক্ৰমণ

282

ঢেকীয়াজুলিৰ ধীৰাইমাজুলীত বন্যহস্তীৰ আক্ৰমণত ৩ জনৰ মৃত্যু।

হাতীৰ আক্ৰমণত মৃত্যু হোৱা ৩ জনৰ ভিতৰত দুজন বনকৰ্মী।

আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত আছিল দুয়োজন।