গোৱাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা

146

গোৱাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷

উপবাসে থকাৰ বাবে দুই ভাতৃৰ কৰুণ মৃত্যু৷

অচেতন অৱস্থাত উদ্ধাৰ মাতৃক৷

উল্লেখ্য যে, কিছুদিন ধৰি উপবাসে আছিল পৰিয়ালটি আৰু খাদ্যৰ নামত প্ৰতিদিনে গ্ৰহণ কৰিছিল এটাকৈ খেজুৰ৷

মৃত ভাতৃ দুগৰাকী মহম্মদ জুবেৰ আৰু আফান খান৷