ৰাজ্যত পুনৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল।
এইবাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল জয়ছাব হুছেইন লস্কৰ।
মাটিৰ কাম-কাজৰ বাবে ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ ঘোচখোৰ লাটমণ্ডলজন।