নাজিৰা সমষ্টিৰ অন্তৰ্গত এটা সদাব্যস্ত পথৰ দূৰাৱস্থা

301

নাজিৰা সমষ্টিৰ অন্তৰ্গত এটা সদাব্যস্ত পথৰ দূৰাৱস্থা ।

গেলেকী চাৰি আলিৰ পৰা বৰটানী হৈ ন পাম বাৰুৱতী সংযোগী পথ চোৱাৰ দূৰাৱস্থা

এই পথৰেই দৈনিক কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে গেলেকী থানা , গেলেকী চিকিৎসালয় আৰু কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানলৈ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনসাধাৰণে যাতায়ত কৰে ।

নাজিৰা সমষ্টিৰ সম্মানীয় বিধায়ক দেৱব্ৰুত শ‌ইকীয়া নিজ সমষ্টিৰ পথ এইটো ।

ইয়াৰ উপৰিও নাজিৰা সমষ্টিৰ গাৱৰ ভিতৰৰ একাংশ পথৰ অৱস্থা এতিয়া দূৰাৱস্থা ।

এজাক সামান্য বৰষুণতে যাতায়ত প্ৰায় অচল হৈ পৰে ভিতৰুৱা গাঁৱৰ একাংশ জনতাৰ ।