নগাঁৱৰ লাওখোৱাৰ কালিস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা

79

নগাঁৱৰ লাওখোৱাৰ কালিস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা।ট্রেম্পু আৰু চাৰিচকীয়া চুইফ্ট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত চাৰিচকীয়া বাহনখন পথৰ পৰা চিটিকি পৰে দ খাৱৈত।
দুৰ্ঘটনাত দুয়োখন বাহনৰ ৮ জনকৈ লোক আহত হয়। আহত লোকসকলক ততাতৈয়াকৈ নগাওঁ মেডিকেল কলেজলৈ হাস্পিতাললৈ প্ৰেৰণ কৰে ৷দুৰ্ঘটনা সংঘটিত কৰা চুইফ্ট বাহনখৰ নম্বৰ হৈছে AS-02AN9252- ।টেম্পু খনৰ নম্বৰ হৈছে AS-02E4433।