দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক লৈ বিয়াগোম প্ৰশ্ন

325

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক লৈ বিয়াগোম প্ৰশ্ন।উল্লেখযোগ্য যে ২৯ নৱেম্বৰত মুক্তাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল মধ্যভোগী হিচাপে। গ্ৰেপ্তাৰ হৈছিল ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সন্দিকৈও। দুৰ্নীতি নিবাৰক শাখাই জোৰ কৰি হাতত পাউদাৰ সানি মুক্তাৰক অভিযুক্ত সজোৱাৰ অভিযোগ। CCTVৰ ফুটেজ প্ৰমাণ হিচাবে লৈ DGPৰ ওচৰত দাখিল কৰিছে মুক্তাৰে। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীকো আবেদন ভুক্তভোগী মুক্তাৰ হুছেইনৰ।